• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিটি আয়োগৰ অভিলাষী জিলাৰ অন্তৰ্ভুক্ত অসমৰ ৭খন জিলাই প্ৰস্তুত কৰি আছে কৰ্ম-আঁচনি : সোণোৱাল

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
June 17, 2018 8:49 pm
NITI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নতুন দিল্লীত হোৱা নিটি আয়োগৰ পৰিচালনা পৰিষদৰ চতুৰ্থখন বৈঠকত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দেশৰ পিছপৰা জিলাবোৰক চিনাক্ত কৰি সেইবোৰক খৰতকীয়াকৈ আগুৱাই আনিবৰ বাবে নিটি আয়োগে লোৱা অভিলাষী জিলা (aspirational district) আঁচনিত ৰাজ্যখনৰ ৭খন জিলা নিৰ্বাচিত হৈছে আৰু এইবোৰৰ কৰ্ম আঁচনি প্ৰস্তুত কৰি থকা হৈছে।

“অসমৰ ৭খন জিলাক অভিলাষী জিলা (aspirational district) হিচাপে ধৰা হৈছে। এই জিলাবোৰৰ উপায়ুক্তসকলে সংশ্লিষ্ট জিলাৰ বাবে কৰ্ম আঁচনি তৈয়াৰ কৰি আছে। ইতিপূৰ্বে দুখন জিলাই তেওঁলোকৰ কাৰ্য্য আঁচনি দাখিল কৰিছে।” মুখ্য মন্ত্ৰীয়ে কয়।

Apply Now

উল্লেখযোগ্য যে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত নিটি আয়োগৰ পৰিচালনা পৰিষদৰ চতুৰ্থখন বৈঠকত দেশৰ মুখ্য মন্ত্ৰীসকল আৰু অন্যান্য বিষয়াই অংশগ্ৰহণ কৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠক সম্বোধন কৰি কয় যে পৰিচালনা পৰিষদ (Governing Council) এনেকুৱা এখন মঞ্চ, য’ৰ পৰা ঐতিহাসিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰি। তেওঁ লগতে কেন্দ্ৰই সকলো বানাক্ৰান্ত ৰাজ্যক সকলো প্ৰকাৰৰ সমৰ্থন আগ বঢ়োৱাৰ বাবে থকা দায়বদ্ধতাৰ কথাও উল্লেখ কৰে।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে তেওঁৰ চৰকাৰে অহা ১ জুনৰ পৰা ১৫ আগষ্ট পৰ্য্যন্ত গ্ৰাম স্বৰাজ নামৰ এটা অভিযান আৰম্ভ কৰিব। ইয়াৰ অধীনত ৰাজ্যখনৰ ৭খন জিলাত সময় নিৰ্ধাৰিত ধৰণত ৭টা মুখ্য আঁচনি ৰূপায়ণ কৰিবলৈ লোৱা হৈছে।

উল্লেখযোগ্য যে অহা ছেপ্তেম্বৰৰ প্ৰথম ভাগতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।

ইফালে সোণোৱালে নিটি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত ৰাজ্যখনত হোৱা উন্নয়নমূলক কাম-কাজৰ এখন ছবি আৰু শেহতীয়াকৈ বৃদ্ধি পোৱা ৰাজহ সংগ্ৰহৰ তথ্যও দাঙি ধৰে।

তেওঁ কয় যে অসমৰ বাৰ্ষিক ৰাজহ সংগ্ৰহ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ২০১৫-১৬ বিত্তীয় বৰ্ষৰ ১২,৮৪৭ কোটি টকাৰ তুলনাত ২০১৭-১৮ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ ১৫,৭৭৬ কোটি টকালৈ বৃদ্ধি হয়। আনহাতে এই সময়ছোৱাত ব্যয়ো প্ৰায় দুগুণ হোৱা বুলি মুখ্য মন্ত্ৰীজনে জনায়। তেওঁ লগতে কয় যে অসম চৰকাৰে ৪ লাখতকৈও অধিক ভুৱা জব কাৰ্ড ধৰা পেলায় বাতিল কৰিছে। তেওঁ আৰু কয় যে জব কাৰ্ডৰ হিতাধিকাৰীক মজুৰি দিয়াত হোৱা বিলম্ব নোহোৱা কৰিবলৈ চৰাকাৰে চেষ্টা চলায় আছে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd