• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

শান্তিপুৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এনবিএফবিৰ (সং) কেডাৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 15, 2018 9:14 pm
NDFB-member-held-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে শান্তিপুৰ আৰক্ষী আৰু চিৰাঙৰ সেনাই যুটীয়া অভিযানত এনডিএফবিৰ (সং) এজন কেডাৰক আটক কৰিবলৈ সমৰ্থ হৈছে। ধৃত কেডাৰজনক এনডিএফবিৰ আলোচনা বিৰোধী গোটটোৰ কৃষি সচিব বাথাৰ ঘনিষ্ঠ ছইখং বুলি চিনাক্ত কৰা হৈছে।

এক নিৰ্ভৰযোগ্য তথ্যৰ ওপৰত ভিত্তি কৰি শান্তিপুৰ আৰক্ষী থানা আৰু চিৰাঙত বাহৰ পাতি থকা সেনাৰ এটা গোটে যুটীয়া অভিযানত এনডিএফবি সংবিজিত গোটৰ গুৰুত্বপূৰ্ণ সদসজনক ধৰিবলৈ সক্ষম হয়।

Apply Now

সূত্ৰটোৱে দাবী কৰা মতে ছইখং হৈছে এনডিএফবিৰ(সং)৪০জনীয়া চামটোৰ আটাইতকৈ প্ৰবীণ সদস্য। তেওঁক পূৰ্বেও আটক কৰা হৈছিল আৰু জামিনত মুক্তি দিয়া হৈছিল যদিও তেওঁ পুনৰ আলোচনা বিৰোধী গোটটোৰ সৈতে কাম কৰিবলৈ ধৰে। ছইখঙে গোটটোৰ প্ৰশাসনিক সংযোগ হিচাপে কাম কৰাৰ উপৰিও ধন সংগ্ৰহৰ কামতো জড়িত আছিল।

তেওঁৰ পৰা এটা ৰিভলভাৰ আৰু চাৰি জাঁই গুলি আৰু দুটা ফায়াৰ কেছ উদ্ধাৰ কৰা হৈছে।

উল্লেখ্য যে যোৱা ৭ মে’ত আৰক্ষী আৰু ১২ শিখ লাইট ইনফেণ্ট্ৰী ৰেজিমেণ্টৰ যুটীয়া অভিযানত এনডিএফবিৰ (সং) এজন অভাৰগ্ৰাউণ্ড সদস্য ধৰা পৰিছিল।

অভাৰগ্ৰাউণ্ড সদস্যজনক কোকৰাঝাৰ জিলাৰ দোতমা তেহছিলৰ ছেৰফাংগুৰি গাঁওৰ পৰা আটক কৰা হৈছিল।তেওঁৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা দেশীয়ভাৱে নিৰ্মিত পিষ্টল আৰু ছিম কাৰ্ডসহ দুটা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰিছিল।

গ্ৰেপ্তাৰ হোৱা অভাৰগ্ৰাউণ্ড সদস্যজনক ছেৰফাংগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পাটগাঁওৰ উত্তৰ গুৱাবাৰীৰ নিৰ্মল গয়াৰীৰ পুত্ৰ ২৬ বছৰ বয়সীয়া অজিত গয়াৰী বুলি চিনাক্ত কৰা হৈছে।

অভাৰগ্ৰাউণ্ড সদস্য ধৃত অজিত গয়াৰী ছেৰফাংগুৰি আৰু পাটগাঁও এলেকাত ধনদাবী আৰু সদস্য ভৰ্তিকৰণ আদিৰ সৈতে জড়িত আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd