• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শ্ৰীময়ী অসমী’ৰ স্ৰষ্টা, সংগীত সাধক পুৰুষোত্তম দাসৰ মৃত্যু দিৱস পালন; গোকুল পাঠকলৈ ‘তাঁতীকুছি’ বঁটা

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 20, 2018 10:07 pm
Barpeta purusuttam Das
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লোক সংগীতক জগত সভাত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বাটকটীয়া প্ৰবাদ পুৰুষ তথা অসমৰ সংগীত জগতৰ পুৰোধা পুৰুষোত্তম দাসৰ আজি ২৪ সংখ্যক মৃত্যু তিথি উপলক্ষে বৰপেটা চহৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৃতি দিৱস আয়োজন কৰে।

সত্ৰনগৰী বৰপেটাত জন্ম গ্ৰহণ কৰা এইগৰাকী ক্ষণজন্মা পুৰুষে ১৯৮৪ চনৰ ২০ জুনত মৃত্যুবৰণ কৰে। পুৰুষোত্তম দাসৰ স্মৃতিত আজি বৰপেটাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ৰংঘৰে ‘ৰিক্ত হ’লেও মুক্তজনৰ কপালত ৰঙা চন্দন’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰে।

Apply Now

এই অনুষ্ঠান উপলক্ষে ৰংঘৰ প্ৰাংগনৰ পৰা আজি সন্ধিয়া বৰপেটা চহৰৰ বিভিন্ন প্ৰান্তেৰে এক সাংস্কৃতিক পৰিভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

ইপিনে সংগীত সাধকজনাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক-সামাজিক অনুষ্ঠান তাঁতীকুছিয়ে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি, বৰপেটা সত্ৰত ভকত সেৱা কৰাৰ পিছতে পুৱা পতাকা উত্তোলন কৰে বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

এই অনুষ্ঠানতে ‘বৰপেটা সত্ৰৰ ইতিহাস’ প্ৰণেতা শিল্পী-সাহিত্যিক গোকুল পাঠকক তাঁতীকুছি বঁটা প্ৰদান কৰা হয়। মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অৰ্জুন চন্দ্ৰ দাসে এই অনুষ্ঠান মুকলি কৰে।

আনহাতে ইয়াৰ লগতে অনুষ্ঠিত মুকলি সভাত মুখপত্ৰ ‘তাঁতীকুছি’ উন্মোচন কৰে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। সভাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই মুখ্য অতিথি আৰু শিক্ষাবিদ ড০ দয়ানন্দ পাঠকে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি দিনৰ ভাগত প্ৰয়াত অবলা বালা দাসৰ সোঁৱৰণত তোলনী বিয়াৰ গীত প্ৰতিযোগিতা আৰু বিয়লি ডম্বৰুধৰ দাস আৰু ভাগ্যবালা দাসৰ সোঁৱৰণত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকে বন্তি প্ৰজ্বলন কৰাৰ পিছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd