• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংগঠনসমূহ হৈ পৰিছে নেতাৰ আয়ৰ উৎস : আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 9, 2018 10:44 pm
সাংবাদিকৰ সৈতে মত বিনিময় কৰা অভিজিৎ শৰ্মা।

সাংবাদিকৰ সৈতে মত বিনিময় কৰা অভিজিৎ শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ দল-সংগঠনবোৰৰ নেতাসকলৰ সম্পত্তিৰ তালিকাৰ লগতে আয়ৰ উৎস ৰাজহুৱা কৰাৰ দাবী তুলিলে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই। “চৰকাৰৰ ফালৰ পৰা নেতা বিলাকে যেনেদৰে সম্পত্তিৰ তালিকা দাখিল কৰে, তেনেকৈ ৰাজনৈতিক, অৰাজনৈতিক সংগঠনৰ সম্পত্তি আৰু আয়ৰ উৎস ৰাজহুৱা কৰিব লাগে। এজন নেতাৰ সংগঠন কেতিয়াও আয়ৰ উৎস হ’ব নোৱাৰে।”

আজি দিচপুৰ প্ৰেছ ক্লাবত নিজে আয়োজন কৰা মুখামুখি অনুষ্ঠানত এই দাবী জনাই এ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই।

Apply Now

এ পি ডব্লিউৰ সভাপতিজনে মত বিনিময় অনুষ্ঠানত কয়,  “১৯৮৫ চনৰ আগৰ পৰাই আমি এটা কথা শুনি আহিছো যে আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বিদেশীক খেদ, তেজ দিম তেল নিদিওঁ। তাৰ পিছত আহি পৰিল স্বাৱলম্বিতাৰ কথা, কিছুমানে মুচিৰ কাম কৰিলে। পিছত গৈ ফোটোকাৰ ফেন হ’ল তথা চান্দাৰ বহীহে পকেটত সোমাল নাইবা কোনো কোনো চৰকাৰৰ মন্ত্ৰী-বিধায়ক হৈ আছে।

ইয়াৰোপৰি তেওঁ ‘বিদেশী সমস্যাটো সমাধান কৰিবলৈ হ’লে বাংলাদেশীসকলক হাতে নামাৰি ভাতে মাৰিব লাগিব।‘ বুলি উল্লেখ কৰাৰ লগতে কয় “অসমীয়া মানুহ আগ বাঢ়ি আহিলে জাতিটো নিজেই বাচি যাব। অন্যথা বিদেশী খেদাৰ কথা কোৱাটো মূল্যহীন যেতিয়ালৈকে আমি বাংলাদেশীৰ সেৱা গ্ৰহণ কৰিবলৈ নেৰো।”

তদুপৰি জাতীয়তাবাদী দল-সংগঠনৰ লোকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰাৰ বিৰোধিতা কৰাৰ উপৰি তেওঁ কয়, “নেতাসকলে নিজৰ লগতে আনক ঠগাই অসমৰ পৰা বিদেশী যাব লাগিব বুলি গল ফুলাই ফুলাই হুংকাৰ দি আছে, কিন্তু ৰাজ্য চৰকাৰৰ হাতত এই সম্পৰ্কে একো পলিচিয়েই নাই।”

তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰাৰ পৰিৱৰ্তে গৃহীত হোৱাৰ পাছদিনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব এ পি ডব্লিউৱে।

নেতাজনে কয় যে ৰাতিপুৱা সময়খিনি ঘৰতে কাম কৰি ৯ বজাৰ পৰা ১২ বজালৈকে আন্দোলন কৰিব আকৌ পুনৰ কামত লাগি গ’লে অসমীয়াগিৰিটো চলাৰ লগতে অসমীয়াও বাচিব।

“আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা আন্দোলনত নাই, যি আন্দোলনৰ ফল একো নোলায়।” এইবুলি বিভ্ৰান্তিকৰ মন্তব্য কৰে শৰ্মাই।

তেওঁ কয় “নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পিছদিনাখনেই আসাম পাব্লিক ৱৰ্কাৰ্চৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ত কেছ ফাইল কৰা হ’ব। আমাৰ বিশ্বাস আইনী প্ৰক্ৰিয়াৰে এই বিল আমি খাৰিজ কৰিব পাৰিম।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd