• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত জগন্নাথ বায়নক সম্বৰ্ধনা বৰপেটা জিলা উপায়ুক্তৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 22, 2018 10:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৰ্বোচ্চ স্বীকৃতি হিচাপে বিবেচিত সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বৰবায়ন, ভীমাবায়ন বংশৰ জ্যেষ্ঠ বায়ন তথা ‘সত্ৰভূষণ’ উপাধিৰে বিভূষিত জগন্নাথ বায়নৰ বৰপেটা চহৰৰ কুজিদ’হাটীস্থিত বাসগৃহত উপস্থিত হৈ আজি বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্দ্ধনা জনায়।

উল্লেখযোগ্য যে দিনৰ প্ৰায় দুই বজাত  শিল্পীগৰাকীৰ বাসগৃহত উপায়ুক্তগৰাকী উপস্থিত হৈ শিল্পীগৰাকীক এখন ফুলাম গামোচা, জাপি, মানপত্ৰ আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায়। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ উপস্থিতিত  সম্বৰ্দ্ধনা গ্ৰহণ কৰি নব্বৈৰ উৰ্ধ্বৰ সত্ৰীয়া শিল্পীগৰাকীয়ে কয় যে এই সন্মান লাভ কৰাত তেওঁ যথেষ্ট আনন্দিত।

Apply Now

লগতে সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰাক ধৰি ৰখাৰ বাবে নতুন প্ৰজন্মৰ শিল্পীসকলক আহ্বান জনায় বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীয়ে।

আনহাতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্দ্ধনা জনাই কয় যে সত্ৰীয়া শিল্পীগৰাকীয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত হৈ অসমৰ লগতে সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। শিল্পীগৰাকীৰ এনে সাফল্যই এই দিশৰ লগত জড়িত শিল্পীসকলৰ বাবে আশাৰ ৰেঙনি বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে।

বৰপেটা জিলাত কাম কৰিব পাই নিজে ধন্য হোৱা বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে জিলাখনৰ পৰা দুগৰাকী  বিশিষ্ট ব্যক্তিয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ উপৰি এইবাৰৰ বিষ্ণুৰাভা বঁটা লাভ কৰিছে জিলাখনৰ সৰ্থেবাৰীৰ নামশলাৰ গুণেশ্বৰ ভূঞাই।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই জগন্নাথ বায়নৰ ওপৰত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ দিব্যাংগ কন্যা গৰাকীক যিকোনো এটা সংস্থাপন দিয়াৰ বাবে উপায়ুক্ত গৰাকীক আহ্বান জনায়।

আনহাতে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত আন এগৰাকী সাধক শিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক, শিল্পী নুৰুদ্দিন আহমেদকো এই বঁটা প্ৰাপ্তিৰ বাবে ফোনযোগে অভিনন্দন জনোৱা বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে। অচিৰেই এই দুগৰাকী শিল্পীকো প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ’ব বুলি সদৰী কৰে উপায়ুক্ত থানেশ্বৰ মালাকাৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd