• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সজাগতা সভাৰ নামত আবণ্টিত ৪০ লাখ টকাৰ ব্যাপক খেলিমেলি : অভিযোগ বৰপেটা জিলা অনুসূচিত জাতি নিবনুৱা সন্থাৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 20, 2018 8:56 am
National-commission-for-scheduled-castes-326x245
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও প্ৰকৃতাৰ্থত এই আঁচনিসমূহৰ সুফল অনুসূচিত জাতিৰ লোকসকলে লাভ কৰা নাই। যাৰ ফলস্বৰূপে অনুসূচিত জাতিৰ লোকসকল আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। এই অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি নিবনুৱা সন্থাৰ বৰপেটা জিলা সমিতিয়ে।

মূলতঃ অনুসূচিত জাতিৰ লোকসকলৰ মাজত সজাগতাৰ অভাৱ, বিভাগীয় কৰ্তৃপক্ষৰ অবহেলা আদিৰ বাবে অনুসূচিত জাতিৰ লোকসকল বহুক্ষেত্ৰত আঁচনিসমূহৰ সম্পৰ্কে অৱগত নহয়। ইয়াৰ বিপৰীতে একাংশ চৰকাৰী বিষয়া আৰু একাংশ বেচৰকাৰী সংস্থাই অনুসূচিত জাতিৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ নামত চৰকাৰী ধনৰ খেলি-মেলি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

Apply Now

সন্থাটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি, অনুসূচিত জাতিৰ উন্নয়নৰ নামত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে চৰকাৰে ২০১৭-১৮ বৰ্ষত প্ৰায় ৪০ লাখ টকা ধাৰ্য কৰিছিল যদিও একাংশ বেচৰকাৰী সংগঠন আৰু একাংশ চৰকাৰী বিষয়াৰ অনিয়মৰ বাবেই এই সজাগতা সভাসমূহ প্ৰহসনত পৰিণত হৈছে।

উল্লেখ্য যে, চৰকাৰে গ্ৰহণ কৰা এই আঁচনিসমূহ সন্দৰ্ভত সৰহ সংখ্যক অনুসূচিত জাতিৰ লোকেই অৱগত নহয় বাবে বেছিভাগ লোকে এই আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছে।

আনহাতে ৰাজ্য চৰকাৰে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে বেচৰকাৰী সংস্থাসমূহৰ পৰা নিবিদা আহ্বান কৰে। এই নিবিদাৰ ভিত্তিতেই অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০ টা বেচৰকাৰী সংস্থাক দায়িত্ব অৰ্পণ কৰে। প্ৰতিটো বেচৰকাৰী সংস্থাক ২ লাখকৈ টকা আবণ্টন দিয়ে।

কিন্তু অনুসূচিত জাতি নিবনুৱা সংস্থাৰ বৰপেটা জিলা সমিতিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, সজাগতা সভা অনুষ্ঠিত কৰাৰ নামত এই আবণ্টিত প্ৰায় ৪০ লাখ টকাৰ সৰহভাগেই আত্মসাৎ হৈছে। সন্থাটোৱে জনোৱা অনুসৰি, বেচৰকাৰী সংস্থাসমূহে সজাগতা সভা অনুষ্ঠিত কৰিছিল নে নাই সেয়া জনা নাযায় যদিও এই সজাগতা সভাসমূহ সম্পৰ্কে অনুসূচিত জাতিৰ প্ৰায় সংখ্যক সাধাৰণ লোক মুঠেই অৱগত নহয়।

ইয়াৰ উপৰি বৰপেটা জিলাত এনে সজাগতা সভা অনুষ্ঠিত হৈছিল নে নাই সেয়া জিলাখনৰ অনুসূচিত জাতিৰ প্ৰায় সংখ্যক সাধাৰণ লোকে নাজানে বুলিও কয় বৰপেটা জিলা অনুসূচিত জাতি নিবনুৱা সন্থাটোৱে। যাৰ বাবে অনুসূচিত জাতিৰ সাধাৰণ লোকসকল বহু আঁচনি সম্পৰ্কত এতিয়াও অজ্ঞ তথা বঞ্চিত হ’বলগা হৈছে। এই বিষয়টো সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অনুসূচিত জাতি নিবনুৱা সন্থাৰ বৰপেটা জিলা সমিতিয়ে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd