• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ বড়ো মহিলা কল্যাণ সংঘৰ পঞ্চদশ বাৰ্ষিক সন্মিলনৰ সামৰণি

চাজিদ খান by চাজিদ খান
March 10, 2018 10:26 pm
Kokrajhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ওদালগুৰিৰ বৰনগৰ খেলপথাৰত তিনি দিনীয়াকৈ পতা সদৌ বড়ো মহিলা কল্যাণ সংঘ (All Bodo Women’s Welfare Federation -ABWWF)ৰ কেন্দ্ৰীয় সমিতিৰ পঞ্চদশ বাৰ্ষিক সন্মিলনখনৰ আজি সামৰণি পৰে।
আজিৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বি টি চিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰী। মুকলি সভাত নিজৰ ভাষণত মহিলাৰীয়ে মহিলাসকলক পাৰস্পৰিক  সহযোগিতাৰ মাজেৰে সবলীকৰণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আনহাতে মহিলাৰীয়ে আজিৰ সভাতো শেহতীয়াভাৱে বি টি চি কৰ্তৃপক্ষই লোৱা ভূমি নীতিৰ ফলত সৃষ্টি হোৱা বিতৰ্ক আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰে।
তেওঁ এইটো তেওঁলোকৰ ভুল হৈছিল বুলি স্বীকাৰ কৰে আৰু শুধৰণি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ইয়াক ভুলকৈ উপস্থাপন কৰা হ’ল। প্ৰস্তাৱটোৰ সংশোধন ঘটোৱা হ’ব।
উল্লেখযোগ্য যে অলপতে বি টি চি কৰ্তৃপক্ষই লোৱা প্ৰস্তাৱিত ভূমি নীতিয়ে বি টি এ ডিৰ ভিতৰত ইমান দিনে সংৰক্ষিত শ্ৰেণীৰ অধিকাৰ ভোগ কৰি অহা চাওতালী, কোচ ৰাজবংশী, নেপালী, আদিবাসী আৰু নাথ-যোগীসকলক সংৰক্ষিত শ্ৰেণীৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰিব বুলি বাতৰি ওলাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বি টি এ ডিত ব্যাপক প্ৰতিবাদ হৈছিল।
আনহাতে এই বিষয়টোকে কেন্দ্ৰ কৰি বড়ো সমাজৰ প্ৰতি ছ’চিয়েল মিডিয়াত ঘৃণাজনিত মন্তব্যৰ কঠোৰ সমালোচনা কৰে।
আজিৰ মুকলি সভাত অধ্যক্ষতা কৰিছিল সদৌ বড়ো মহিলা কল্যাণ সংঘৰ সভানেত্ৰী বিভা ৰাণী নাৰ্জাৰীয়ে।
সভাত নন্দিনী আলোচনীৰ সম্পাদিকা মাইনী মহন্ত, ৰাজ্যিক পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী, বড়ো সাহিত্য সভাৰ সভাপতি টৰেন বড়োকে ধৰি অন্যান্য বিশিষ্ট লোকসকলো উপস্থিত আছিল।
বক্তাসকলে সমাজত ইতিবাচক পৰিৱৰ্তন আনিবৰ বাবে মহিলা সবলীকৰণৰ ধাৰণাটোত পৰিৱৰ্তন আনিব লাগিব।
Apply Now
চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd