• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীত উত্তৰ-পূব সীমান্ত ৰেইলৱে’ মজদুৰ য়ুনিয়নৰ ধৰ্মঘট

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 8, 2018 6:12 pm
railway hunger strike
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ডিব্ৰুগড় শাখাৰ মজদুৰ ইউনিয়নে মঙলবাৰে সপ্তম দৰমহা আয়োগৰ স্বৰ্তসমূহ বলৱৎ কৰাৰ দাবী উত্থাপন কৰি ৭২ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ইউনিয়নৰ মতে তেওঁলোকে সপ্তম দৰমহা আয়োগৰ অনুমোদিত কাৰকসমূহ বলৱৎ কৰাৰ পাছত  নিম্নতম মজুৰি আৰু ফিটমেণ্ট আৰু ৰাষ্ট্ৰীয় পেনশ্যন আঁচনিৰ অন্তৰ্গত সকলো কৰ্মচাৰীকে তেওঁলোকৰ নিয়োগৰ তাৰিখ নিৰ্বিশেষে পেনশ্যন আৰু পৰিয়ালৰ পেনশ্যন নিশ্চিতকৰণ কৰিবলৈ  চৰকাৰক অনুৰোধ জনাইছিল।

Apply Now

‘চৰকাৰক আমাৰ যথাৰ্থ দাবী মানি ল’বলৈ জোৰ কৰাৰ বাবে ৭২ ঘণ্টীয়া অনশন ধৰ্মঘটৰ কাৰ্যসূচী সমগ্ৰ ভাৰততে সংগঠিত কৰা হৈছিল। কৰ্মচাৰীক হাৰাশাস্তি কৰা বন্ধ কৰক আৰু পৰ্যাপ্ত শ্ৰম-শক্তি নিয়োগ কৰক কাৰণ আমি কম মানুহেৰে কাম কৰি আছোঁ।’ এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ উপ সভাপতি সঞ্জীৱ ভট্টাচাৰ্যই এইদৰে কয়। ভাৰতৰ ৰেলৱেত ৪০ শতাংশ শ্ৰম-শক্তি কম হৈ আছে আৰু প্ৰতি বিকল্প সপ্তাহত এখনকৈ নতুনকৈ ৰেলগাড়ী প্ৰৱৰ্তন কৰা হৈ আছে যাৰ বাবে কৰ্মচাৰীসকলৰ ওপৰত চাপ ক্ৰমে বৃদ্ধি হৈ আহিছে বুলি তেওঁ অভিযোগ কৰে।

মঙলবাৰে পুৱা ৯-০০ বজাত এন এফ ৰেলৱেৰ মজদুৰ ইউনিয়নে হাতত প্লেকাৰ্ড লৈ আৰু শ্লোগানেৰে তেওঁলোকৰ নায্য দাবী মানি লোৱাৰ দাবীত অনশন আৰম্ভ কৰে। এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক পৰেশ হাজৰিকাই ডিব্ৰুগড়ৰ গোচিং ডিপোলৈ অনতিপলমে এটা গাড়ী যাব পৰা পথ নিৰ্মাণ কৰাৰ দাবী জনায়। হাজৰিকাই আৰু কয় যে এছকৰ্টং ডিউটিৰ  বাবে পৰ্যাপ্ত প্ৰশিক্ষিত কৰ্মচাৰী নিয়োগ কৰা আৰু তেওঁলোকক অতিৰিক্ত কামৰ ভাত্তা প্ৰদান কৰাৰ বাবে দাবী জনায়।

ইউনিয়নে যাত্ৰীসকলৰ নিৰাপত্তাৰ সৈতে ধেমালি কৰিবলৈ মানা কৰি কৈছে যে কম শ্ৰম-শক্তিৰ হেতুকে ৰেলগাড়ীসমূহ সঠিককৈ পৰীক্ষা কৰাত অসুবিধা পাই অহা হৈছে।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd