• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাম্প্ৰদায়িক মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে চৰকাৰে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 6, 2018 7:02 pm
06-06-18 Guwahati- AASU & karmachari parisad rally (11)
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন, শিল্পী-সাহিত্যিক তথা সাধাৰণ ৰাইজে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। বিধেয়কখন বাতিলৰ দাবীত এক বলিষ্ঠ পদক্ষেপ লৈ আছে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে। বুধবাৰে গুৱাহাটীত দুয়োটা সংগঠনে যৌথভাৱে ‘প্ৰতিবাদী যাত্ৰা’ ৰূপায়ন কৰি ‘জাতিধ্বংসী’ বিধেয়কখন শীঘ্ৰেই বাতিল কৰাৰ দাবী উত্থাপন কৰে।

মহানগৰীৰ উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা আছু আৰু কৰ্মচাৰী পৰিষদৰ দুই সহস্ৰাধিক সদস্যই মহাত্মা গান্ধী পথেৰে সমদল কৰি ৰাজভৱনত উপস্থিত হৈ যৌথভাৱে বিধেয়কখনৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে।

Apply Now

প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ক্ষেত্ৰত অসম চৰকাৰে খিলঞ্জীয়া ৰাইজৰ পক্ষত থাকি সিদ্ধান্ত লওক। মেঘালয়ত বিজেপিৰ মিত্ৰ চৰকাৰে যদি বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে অসম চৰকাৰে কিয় নোৱাৰে।‘ তেওঁ লগতে যিকোনো পৰিস্থিতিতে বিধেয়কখন বাতিল হ’বই লাগিব বুলি মন্তব্য কৰে। ইয়াৰ লগতে তেওঁ আজি একাংশ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীহে ওলাই আহিছে, যদি সকলো কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী ওলাই আহে চৰকাৰ বিপদত পৰিব বুলিও ৰাজ্যৰ লগতে কেন্দ্ৰীয় চৰকাৰক সকীয়নি দিয়ে।

তদুপৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশৰ পাছতহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত ল’ব পাৰিব বুলি কৈ থকা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰি ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী দুয়োটা কথাই বেলেগ বেলেগ। চৰকাৰে ইয়াৰ জৰিয়তে সাম্প্ৰদায়িক মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে।‘

বুধবাৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰ উপৰিও অসম চুক্তি ৰূপায়ণৰ সময় নিৰ্ধাৰিত কাৰ্যসূচী (Time bound action plan) প্ৰস্তুত কৰা, অসমৰ খিলঞ্জীয়া ৰাইজক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰা আৰু অসমত থকা অবৈধ বাংলাদেশী বিতাড়নৰ বাবে বাংলাদেশৰ লগত ভাৰত চৰকাৰৰ  দ্বিপাক্ষিক চুক্তি কৰাৰ দাবী উত্থাপন কৰে।

বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতা, সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদ প্ৰমুখ্যে দুয়োটা সংগঠনৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd