• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ জুনৰ ভিতৰত দাবী পূৰণ নকৰিলে ১ জুলাইৰ পৰা পুনৰ কৰ্মবিৰতি আৰম্ভ কৰিব নাৰ্ছ সন্থাই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 23, 2018 9:07 am
All-Assam-Nurses-Association-Protest-in-Guwahati-570x320

সদৌ অসম নাৰ্ছ সন্থৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ দাবীসমূহৰ সমৰ্থনত পুনৰ আন্দোলন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। অলপতে অনুষ্ঠিত হৈ যোৱা সন্থাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰে  চৰকাৰী চিকিৎসালয় সমূহত কৰ্মৰত নাৰ্ছসকলৰ অভাৱ-অভিযোগসমূহৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বিষয়টোত তীব্ৰ অসুন্তুষ্টি প্ৰকাশ কৰে।

ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰে ঘোষণা কৰা সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পি খনত জি এন এম সকলৰ বাবে ব্যৱহাৰ হৈ থকা ষ্টাফ নাৰ্ছ পদবীৰ (designation ) বিলুপ্তি ঘটোৱাৰ লগতে গ্ৰে’ড পে’ৰ ক্ষেত্ৰতো ব্যাপক বিসংগতি ঘটোৱা হৈছে বুলি সন্থাই অভিযোগ আনিছে।

Apply Now

নাৰ্ছ সন্থাৰ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰিছে যে এই গ্ৰে’ড পে’ আৰু পদবীৰ সমস্যটোৰ যি আসোঁৱাহ দেখা গৈছে সেই সম্পৰ্কে সদৌ অসম নাৰ্ছ সন্থাই অৱগত কৰি সংশোধনৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া আসোঁৱাহ কমিটীৰ ওচৰত বিগত বৰ্ষৰ ৫ জুলাইতে আৱেদন দাখিল কৰিছিল।

উক্ত বিষয়টো নিস্পত্তি কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত ইতিমধ্যে সন্থাই  কেইবাবাৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

আনহাতে, বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো চৰকাৰী পক্ষই সন্থাৰ দাবীসমূহৰ ৰূপায়নৰ প্ৰতি কোনো আগ্ৰহ দেখুওৱা নাই। তদুপৰি, চৰকাৰে প্ৰকাশ কৰা আসোঁৱাহ কমিটীৰ প্ৰতিবেদনত সন্থাৰ দাবীসমূহৰ সম্পৰ্কত কোনো উল্লেখ নথকাত নাৰ্ছ সন্থা ক্ষুব্ধ হৈ পৰিছে।

অসম চৰকাৰে প্ৰয়োজন অনুসৰি নাৰ্ছ নিযুক্তি নিদি কম সংখ্যক নাৰ্ছৰ ওপৰত অধিক কামৰ বোজা জাপি দি চিকিৎসালয়সমূহ চলাই আছে বুলিও সন্থাই অভিযোগ তুলিছে।

নাৰ্ছ সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে অহা ৩০ জুনৰ ভিতৰত যদি ৰাজ্য চৰকাৰে নাৰ্ছসকলৰ দাবীসমূহ পূৰণ নকৰে তেন্তে ১ জুলাইৰ পৰা সন্থাই ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ কৰিব বুলি জানিব দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd