• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২২ মাহ ধৰি সন্ধানহীন ডিমৌৰ বনকৰ্মী নাগিনা মালাঃ বন মন্ত্রীক ব্যৱস্থা গ্ৰহণৰ দাবী

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 2, 2018 11:10 am
FB_IMG_
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী চকীৰ অধীনত নিতাইপুখুৰী আৰক্ষী থানাৰ অন্তৰ্গত  দিহিংমুখ লাচন গাঁৱ নিবাসী নাগিনা মালা (৫৪) নামৰ নিৰুদ্দিষ্ট বনকৰ্মীজনৰ আজিও কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

বিগত প্ৰায় ২২ মাহে অপেক্ষাৰত হৈ থকা পৰিয়ালবৰ্গৰ মাজত সেয়েহে এতিয়া হাহাকাৰ সৃষ্টি হৈছে। উল্লেখ্যোগ্য যে ২০১৬ চনৰ ৬ জুনৰ দিনা নিজ ঘৰৰ পৰা কৰ্তব্যলৈ যোৱাৰ পথত নিৰুদ্দিষ্ট হৈছিল ডিব্ৰুগড় জিলাৰ খোৱাং বন উপ- সংমণ্ডলত কৰ্মৰত বনৰক্ষীগৰাকী।

Apply Now

আশ্চৰ্যকৰ কথা এয়ে যে বিগত প্ৰায় ২২ মাহে অসম আৰক্ষীয়ে নাগিনা মালাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। অসম চৰকাৰৰ বন বিভাগৰ সেৱাত নিয়োজিত বনৰক্ষীগৰাকী সুদীৰ্ঘ প্ৰায় দুটা বছৰে নিৰুদিষ্ট হৈ থকাৰ পাছতো আজিকোপতি বন বিভাগৰ কোনো বিষয়াই খবৰ এটা নকৰিলে পৰিয়ালবৰ্গৰ।

বৰং নিৰুদ্দিষ্ট বনকৰ্মীজনৰ মাহিলী দৰমহাও বন্ধ কৰি পৰিয়ালটোক চৰম সংকটৰ মাজলৈ থেলি দিলে বন বিভাগে। সেয়েহে এতিয়া উপায়বিহীন হৈ হাজিৰা কৰি দিন অতিবাহিত কৰিবলগীয়া হৈছে নাগিনা মালাৰ পৰিয়ালটোৱে। পিতৃৰ অপেক্ষাত কণমানি কনিষ্ঠ কন্যাই বুকুত পিতৃৰ ফটো লৈ ২২ মাহে অপেক্ষা কৰি আছে ৷

উল্লেখযোগ্য যে নাগিনা মালা নিৰুদ্দিষ্ট হোৱাৰ পাছতেই পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত গোচৰ নং ১২৭/২০/১৬ ডব্লিও. এছ ৩৬৫ ধাৰাত গোচৰ ৰুজু কৰে।

অভিযোগ অনুসৰি তদন্ত প্ৰক্ৰিয়াত ডিব্ৰুগড়ৰ জিলাৰ চাউলখোৱাত তেওঁৰ ম’বাইল ফোনটো আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যদিও এজন ব্যক্তিক আটক কৰিয়ে তদন্ত সামৰি থয় আৰক্ষীয়ে। সেয়েহে এতিয়া নাগিনা মালাৰ কন্যাই নতুন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু আৰক্ষীক তেওঁৰ পিতৃৰ সন্ধান উলিয়াই দিবলৈ কাতৰ আহবান জনাইছে।

উল্লেখ নিষ্প্ৰয়োজন যে পৰিয়ালটোৰ মুৰব্বীজন নিখোজ হোৱাত দিশহাৰা হৈছে এই দুৰ্ভগীয়া পৰিয়ালটো ।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd