• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

থাডৌ ছাত্ৰ সংগঠনে জনোৱা ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ

সভাপতি চামম by সভাপতি চামম
January 16, 2018 11:27 am
প্ৰতিনিধিত্বমূলক চিত্ৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাডৌ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰা বুলি সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংগঠনটোৱে জানিবলৈ দিয়ে। সোমবাৰে সন্ধিয়া চৰকাৰী পক্ষৰ লগত আলোচনা কৰাৰ পিছত সংগঠনটোৱে আন্দোলন প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে ছাত্ৰ সংগঠনটোৱে জানুৱাৰি ১৬ তাৰিখৰ ৰাতিপুৱা ৬ বজাৰ পৰা জানুৱাৰি ১৭ তাৰিখৰ সন্ধিয়া ৬ বজালৈ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল।

যোৱা ২০১৬-২০১৭ বৰ্ষত মণিপুৰত ব্যাপক হাৰত বৃদ্ধিপোৱা হিংসাজনিত গোচৰৰ নিষ্পত্তি তথা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থাডৌ কুকি(এম আই এল)বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰাৰ দাবীত সংগঠনটোৱে ৩৬ ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে আন্দোলনৰ ঘোষণা কৰিছিল বুলি বিজ্ঞপ্তিখনৰ জৰিয়তে প্ৰকাশ কৰে।

Apply Now

ইয়াৰ উপৰি সোমবাৰে হোৱা আলোচনাত ৰাজ্য চৰকাৰে তিনিদিনৰ ভিতৰত এডিজিপি প্ৰমোদ আস্থানাৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তিনিমাহৰ ভিতৰত ২০১৭চনৰ ৫মেত সংঘটিত চুগনু হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিব বুলি আশ্বাস প্ৰদান কৰে।

বৈঠকত উপস্থিত থকা ছাত্ৰ সংগঠনটোৰ নেতা সকলে চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে তিনিমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ভুক্তভোগী পৰিয়ালবৰ্গলৈ তাৎক্ষণিক ভাবে ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ কোনো সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰো দাবী জনায়।

ইয়াৰ বিপৰীতে থাডৌ কুকি(এম আই এল)বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ সন্দৰ্ভতো চৰকাৰী পক্ষই অহা বছৰৰ শিক্ষাবৰ্ষ প্ৰৱৰ্তন হোৱাৰ পূৰ্বে অস্থায়ী ৰূপত এম আই এল তথা অন্যান্য উপজাতীয় ভাষাত শিক্ষকৰ নিযুক্তি প্ৰদান কৰাৰ লগতে ২০১৮-২০১৯শিক্ষাবৰ্ষত উক্ত বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব বুলি সংগঠনটোক আশ্বাস প্ৰদান কৰে।

উল্লেখযোগ্য যে ইম্ফল-মোৰি, ইম্ফল-ডিমাপুৰ, ইম্ফল-জিৰিবাম আৰু ইম্ফল-চুৰাচন্দপুৰত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত লৈছিল বুলি বিজ্ঞপ্তিত প্ৰকাশ পাইছে।

আনহাতে যদিহে সোমবাৰে কৰা প্ৰতিশ্ৰুতি সমূহ কাৰ্যকৰী নহয় তেন্তে সময়ত পুনৰ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে থাডৌ ছাত্ৰ সংগঠনটোৱে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd