• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

৮ বছৰে পেটত কঢ়িয়াই ফুৰিছিল নেইল কাটাৰ, চকু কপালত চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2023 7:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুৰ এগৰাকী যুৱকে ৮ বছৰ ধৰি নিজৰ পেটত লৈ ফুৰিছিল এটা নেইল কাটাৰ। ৰমেশ কুমাৰ নামৰ ৩৮ বছৰীয়া যুৱকজনৰ পেটত ধৰা পৰিছে এটা নখকটা যন্ত্ৰ।

সিদিনা হঠাতে পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসকৰ কাষ চাপে ৰমেশ। বেংগালুৰুৰ মণিপাল হাস্পতালৰ চিকিৎসকে এক্স-ৰে কৰিবলৈ পৰামৰ্শ দিয়ে ৰমেশক। এক্স-ৰে ৰিপৰ্ট ওলোৱাৰ পিছত চকু কপালত উঠিল চিকিৎসকৰ।

Apply Now

পেটত অদ্ভুত বস্তুৰ উপস্থিতি লক্ষ্য কৰি চিকিৎসকে ৰমেশক সোধা-পোছা কৰে। তেতিয়া পোহৰলৈ আহিল যে ৮ বছৰ আগতে তেওঁ এটা নখ কটা যন্ত্ৰ খাইছিল। 

তেওঁ সাংবাদিকৰ আগত কয়, ‘যেতিয়া মোৰ বয়স ৩০ বছৰ আছিল, তেতিয়া মোৰ পিতৃ-মাতৃয়ে মোক অত্যধিক মদ্যপানৰ বাবে পুনৰ্বাসন কেন্দ্ৰ (ৰিহাব)ত ৰাখিছিল। তাত হোৱা অত্যাচাৰ মই সহ্য কৰিব নোৱাৰিলোঁ। খঙত নেইল ক্লিপাৰটো গিলি ৰিহাব চেণ্টাৰৰ কৰ্মচাৰীসকলক খবৰ দিলোঁ। তেওঁলোকে মোক কিছু কল খাবলৈ নিৰ্দেশ দিলে আৰু তেওঁলোকে মোক ক’লে যে শৌচ কৰি থাকোঁতে নখ কাটাৰ শৰীৰৰ পৰা ওলাই আহিব। সেইবাবেই ইমান দিনে ভাবিছিলো যে নেইল কাটাৰটো মোৰ পেটৰ পৰা ওলাই গ’ল। ডাক্তৰ আহি কিবা এটা গিলিবৰ কথা সোধাত মোৰ সেই কথা মনত পৰিল।” 

অৱশ্যে পেটত থকা নখ কটা যন্ত্ৰটোৱে ৰমেশৰ জীৱনত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই বুলি খবৰ ওলাইছে। ৰিহাবৰ পৰা উভতি অহাৰ পিছত তেওঁৰ বিবাহপাশত আৱদ্ধ হয়।

মণিপাল হাস্পতালৰ বেৰিয়াট্ৰিক আৰু জি আই অংক’লজীৰ চাৰ্জিকেল গেষ্ট্ৰ’এণ্টেৰ’লজীৰ পৰামৰ্শদাতা ডাঃ লোহিত ইউয়ে কয় যে, “এইটো মই সন্মুখীন হোৱা আটাইতকৈ বিৰল কেছ। ই নিয়মীয়া আকাৰৰ নখ ক্লিপাৰ, যিটো প্ৰাপ্তবয়স্কসকলে ব্যৱহাৰ কৰে।”

লগতে পঢ়কঃ ২৮ বছৰ বয়সত ৯ টা সন্তানৰ মাতৃ, ১২ বছৰ ধৰি প্ৰতিবছৰে গৰ্ভৱতী হৈ আহিছে এইগৰাকী মহিলা

লগতে পঢ়কঃ বৰ্ধিত ওজনে চিন্তিত কৰিছে নেকি? এই পাঁচবিধ শাক-পাচলিতে ফিট হোৱাৰ মন্ত্ৰ

লগতে পঢ়কঃ কেনেকৈ চিনিব প্ৰকৃত বন্ধু? এনে গুণ থকা বন্ধু খুব কম; চাণক্যই নীতিত কোৱা হৈছে এই গুণৰ কথা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd