• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহিংগিয়া সংকট মোচনৰ উদ্দেশ্যে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ দল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 12:35 pm
image
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়া ম্যানমাৰৰ সামৰিক বাহিনীৰ হিংসাৰ বলি হৈ দেশখনলৈ পলাই অহা হেজাৰ হেজাৰ ৰহিংগিয়া মুছলমানৰ লগত জড়িত সংকটটো সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিছে  বাংলাদেশলৈ অহা ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ এটা দলে।

প্ৰায় সাত লাখ ৰহিংগিয়া আশ্ৰয় লৈ থকা সীমান্ত অঞ্চল আৰু শৰণাৰ্থী শিৱিৰসমূহ পৰিদৰ্শন কৰি কূটনীতিকসকলে কয় যে তেওঁলোকে এই পৰিদৰ্শনকালত প্ৰথমতে পৰিস্থিতিটো চোৱাৰ এক সুযোগ লাভ কৰিছে। এছোচিয়েট প্ৰেছৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ উপ-ৰাষ্ট্ৰদূত ডিমিট্ৰি পলিয়ানস্কিয়ে কয় যে তেওঁ আৰু তেওঁৰ সহযোগী দলৰ সদস্যসকলে তেওঁলোকৰ এই ভ্ৰমণৰ পিছত এই সংকটটোৰ পৰা দৃষ্টি অঁতৰাই নাৰাখে। অৱশ্যে তেওঁ লগতে সকীয়াই দিয়ে যে ইয়াৰ কোনো উজু সমাধান নাই।

‘’ বাংলাদেশ আৰু ম্যানমাৰলৈ আহি সকলোবোৰ চাই যোৱা অতি আৱশ্যক আছিল। কিন্তু ইয়াৰ কোনো যাদুকৰী সমাধান নাই, সকলোবোৰ সমস্যা সমাধান কৰি দিবলৈ কোনো যাদুদণ্ড নাই,’’- কক্স বাজাৰৰ উপকূলীয় চহৰৰ কুটুপালঙ শৰণাৰ্থী শিৱিৰত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ এইদৰে কয়।

5ae5d049a9df5.image

কূটনীতিকসকলে আজি তিনিদিনীয়া বাংলাদেশ ভ্ৰমণ সামৰিব আৰু ম্যানমাৰলৈ যোৱাৰ বাবে প্ৰস্থান কৰিব।

চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ –সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য এই চাৰিখন দেশৰ প্ৰতিনিধিৰ লগতে দহখন অস্থায়ী সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে গঠিত এই কূটনীতিকৰ দলটোৱে ধৰ্ষণৰ বলিকে ধৰি প্ৰায় ১২০ জন শৰণাৰ্থীৰ সৈতে কথা পাতিছে।

ৰাষ্ট্ৰসংঘত পেৰুৰ ৰাষ্ট্ৰদূত গুষ্টাভো এডল্ফ’ মেজা কুৱাদ্ৰা ভেলাছকিজে কয় যে তেওঁ আৰু তেওঁৰ দলৰ সতীৰ্থ সদস্যসকলে সংকটটোৰ বিষয়ে ‘অতি চিন্তিত’ আৰু ‘কঠোৰ পৰিশ্ৰম’ কৰিবলৈ সাজু।

‘’ মই ভাৱো আমি শৰণাৰ্থী সংকটটোৰ লগতে কিছুমান পৰিয়ালৰ অতি কৰুণ দুৰ্দশাৰ গভীৰতা প্ৰত্যক্ষ কৰিছো,’’-তেওঁ কয়।

শৰণাৰ্থীসকলে স্ব-গৃহলৈ প্ৰত্যাৱৰ্তনৰ বাবে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা বিচাৰিছিল। ৰাষ্ট্ৰসংঘৰ শৰমাৰ্থী সংস্থা আৰু বাংলাদেশে অলপতে এখন বুজাবুজিৰ চুক্তি চূড়ান্ত কৰিছিল য’ত কোৱা হৈছে যে পুনৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো ‘’আন্ত:ৰাষ্ট্ৰীয় মান সম্পন্ন দিশেৰে সুৰক্ষিত, স্বেচ্ছামূলক আৰ মৰ্যাদাপূৰ্ণ’’ হ’বই লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd