• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱা স্থানত সাম্প্ৰদায়িক মন্তব্য : হোজাই আৰক্ষীৰ জেৰাৰ সন্মুখীন প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 10, 2018 5:30 pm
Ardhendu-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত গঠিত যুটীয়া সংসদীয় কমিটীয়ে অসমৰ নাগৰিকৰ পৰা মতামত গ্ৰহণ কৰাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু দেই  ৰাজহুৱা স্থানত কৰা সাম্প্ৰদায়িক মন্তব্যই সমগ্ৰ অসমতে ব্যাপক চৰ্চা লাভ কৰাৰ লগতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপিত হৈছে।

এই পৰিপ্ৰেক্ষিততেই  হোজাই আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰী ড০ অৰ্ধেন্দু দে’ক  আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। আৰক্ষীৰ নিৰ্দেশ অনুসৰি প্ৰাক্তন মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে হোজাই আৰক্ষীৰ ওচৰত হাজিহ হয়।

Apply Now

জানিব পৰা মতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অলপতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছত হোজাই অৰক্ষীয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ পাছত প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীয়ে বৃহস্পতিবাৰে প্ৰায় ১০:৩০ বজাত কেইবা শ সমৰ্থকৰ সৈতে হোজাই আৰক্ষীৰ ওচৰত হাজিৰ হয়।

Step-against-Ardhendu-Dey2

উল্লেখ্য যে অসম নাগৰিক মঞ্চৰ সভাপতি ড০ দেই এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা মন্তব্য কৰিছিল।

জেৰাৰ পূৰ্বে সাংবাদিকৰ আগত ড০ দেই তেওঁৰ বিৰূদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে।

দিনৰ ১২:৩০ বজাত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াই দুঘণ্টা ধৰি জেৰা কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ আকৌ কয় যে অৰক্ষীৰ জেৰাতো তেওঁ তেওঁৰ বিৰূদ্ধে উদ্থাপিত অভিযোগসমূহ ভিত্তিহীন বুলি কৈছে।

ড০ দেই কয় যে তেওং প্ৰথমৰ পৰাই ২০১৪ৰ ভোটাৰ তালিকা অনুসৰি তেওঁ নাগৰিকক সাংবিধানিক নিৰাপত্তা আৰু নাগৰিকত্ব প্ৰদান কৰাৰ সপক্ষে মাত মাতি আহিছে।

তেওঁ আৰু কয় যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও তেওঁক সমৰ্থন কৰে আৰুগগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত এই বিষয়োটো ৰাজ্যৰ কেবিনেটত উত্থাপনো কৰা হৈছিল।

Step-against-Ardhendu-3

হোজাইৰ আৰক্ষী অধীক্ষক অজগৗৰান বসুমতাৰী আৰু উপ আৰক্ষী অধীক্ষক ভনিতা নাথে কৈছে যে ড০ অৰ্ধেন্দু কুমাৰ দে’ৰ বিপক্ষে ধাৰা ১৫৩/ক৩৪ ৰ অধীনত ৰাজহুৱা স্থানত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগমৰ্মে ৩২১/১৮ নং গোচৰ ৰুজু কৰি তেওঁক আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰিছে যে ড০ অৰ্ধেন্দু দে’ই সকলো প্ৰশ্নৰেই উত্তৰ দিছে আৰু বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত প্ৰয়োজনত তেওঁক আৰু তলব পৰা হ’ব পাৰে।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা ভাস্কৰ শইকীয়াই কয় যে অসমত সকলো জাতিৰ মানুহে শান্তি আৰু সম্পীতিৰে বাসকৰি আহিছে আৰু এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য অসমৰ সামাজিক অন্তঃগাঁথনিৰ বাবে উদ্বেগজনক।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd