• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট চিকিৎসকক ডাউন-টাউন হস্পিতালে প্ৰদান কৰিলে বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2018 2:55 pm
Down Town Hospital File Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাউন টাউন হস্পিতালৰ ২৯ সংখ্যক বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে মাছখোৱা আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে মানুহে অংগদান কৰিও কেনেদৰে সু-স্বাস্থ্যৱান হৈ থাকিব পাৰে এই সম্পৰ্কত বিগত ২৫ বছৰ ধৰি ডাউন টাউন হস্পিতাল কৰ্তৃপক্ষই ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন সভা অনুষ্ঠিত কৰি আহিছে।

Apply Now

এইবেলি এই সম্পৰ্কত মাদ্ৰাছ মেডিকেল মিছন হস্পিতাল, চেন্নাই আৰু মোহন ফাউণ্ডেচনৰ পৰিচালন ন্যাসৰক্ষী তথা ট্ৰান্সপ্লেনটেচনৰ ছিনিয়ৰ কনছালটেণ্ট ডাঃ সুনীল শ্ৰমে ভাষণ দি প্ৰজেক্টৰৰ সহায়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ চিত্ৰ প্ৰদৰ্শন কৰে।

উল্লেখ্য যে ডাউন টাউন হস্পিতাল কৰ্তৃপক্ষই কিছু বছৰৰ পৰা চিকিৎসকসকলক উৎসাহিত কৰিবলৈ ‘এৱাৰ্ড ফৰ এক্সিলেন্স’ শীৰ্ষক এক প্ৰতিযোগিতাও অনুষ্ঠিত কৰি আহিছে।

২০১৮ বৰ্ষৰ প্ৰতিযোগিতাত নিৰ্বাচন কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক নিৰ্দেশক ডাঃ বিভাস চন্দ্ৰ গোস্বামীক। লগতে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ বি কে দাস আৰু ডাউন টাউন হস্পিতালৰ চিকিৎসক ডাঃ শুক্লা দাসকো বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।

বৃহস্পতিবাৰে সন্ধিয়া এই তিনিগৰাকী বিশিষ্ট চিকিৎসকক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বঁটা প্ৰদান কৰা হয়।

বঁটা প্ৰদান অনুষ্ঠানৰ আৰম্ভণিতে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ডাঃ বিভাস চন্দ্ৰ গোস্বামীক সোণৰ পদক, স্মাৰক, মানপত্ৰ আৰু নগদ ১ লাখ টকা প্ৰদান কৰা হয়।

আনহাতে ডাঃ বি কে দাসক স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে ডাঃ শুক্লা দাসক স্মাৰক, মানপত্ৰৰ উপৰি অধ্যাপক প্ৰতুল গোস্বামীৰ পৰিয়ালৰ তৰফৰ পৰা নগদ ১০ হাজাৰ টকা প্ৰদান কৰা হয়।

আনহাতে বৃহস্পতিবাৰে ডাউন টাউন হস্পিতালৰ ২৯ সংখ্যক বাৰ্ষিক উৎসৱ উপলক্ষে হস্পিতালৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হৈ যায়।

হস্পিতালৰ পৰিচালন সঞ্চালক ডাঃ নৰেন্দ্ৰ নাথ দত্তই আদৰণী ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কাজী এম মুছাদ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd