• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব : ড০ হীৰেন গোহাঁই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 11:09 am
Asom Gaurav award to Hiren Gohain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব। গুৱাহাটী প্রেছ ক্লাবত দেওবাৰে যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে প্রদান কৰা ২০১৮ বর্ষৰ ‘অসম গৌৰৱ বঁটা’ গ্রহণ কৰি ড০ গোহাঁয়ে এই মন্তব্য কৰে।

ড০ গোহাঁয়ে এই সন্মান পাই উৎসাহিত হোৱা বুলি উল্লেখ কৰি কয় যে এয়া এক আশীর্বাদ। তেওঁ লগতে সদায় অসমীয়া সমাজৰ উপকাৰ হোৱাকৈ কাম কৰি আহিছোঁ বুলি ব্যক্ত কৰে।

Apply Now

তেওঁ কয় যে এই বঁটাৰ যোগ্যতা সময়েহে দিব ৷ ১৯৪৭ চনৰ স্বাধীনতাৰ পতাকা উত্তোলন দেখা বুলি উল্লেখ কৰি তেওঁ এই স্বাধীনতা সার্থক নহ’ল আৰু নাগৰিকে এতিয়াও প্রাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ থকা বুলি কয়।

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ৰ বিৰোধিতাত তীব্র প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে জাতিধবংসী বিধেয়কখন বাতিলৰ দাবীত সকলোকে ওলাই আহিবলৈ পুনৰ আহবান জনায়।

গতি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি মৃদুল কুমাৰ বৰাই সঞ্চালনা কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা, নিৱন্ধকাৰ বৰুণ বৰগোহাঁই আৰু কেইবাজনো বিশিষ্ট ব্যক্তি।

গতি সাংস্কৃতিক গোষ্ঠীয়ে ড০ গোহাঁইক অসমীয়া জাতিটোৰ উত্তৰণৰ ক্ষেত্রত আগবঢ়োৱা অৱদানৰ বাবে প্রদান কৰা এই বঁটাৰ লগত নগদ ১০ হাজাৰ টকা, এখন অভিনন্দন পত্র, শৰাই আৰু এটা স্মাৰক প্রদান কৰে।

আনহাতে এই বঁটা প্রদান অনুষ্ঠানত অজিত কুমাৰ ভূঞাই ড০ হীৰেন গোহাঁইক সাম্প্রতিক অসমীয়া জাতিৰ এগৰাকী বিবেক আখ্যা দি কয় যে তেওঁৰ পাণ্ডিত্য, অৰিহণাক লৈ প্রতিজন অসমীয়াই গৌৰৱ কৰিব লাগে। তেওঁ কয় যে ড০ গোহাঁই ঘৰত সোমাই থাকি লিখা-মেলা কৰি থকা বুদ্ধিজীৱী নহয়৷ আজি জাতিৰ সংকটৰ সময়ত তেওঁ ওলাই আহিছে।

অধিবক্তা অৰূপ বৰবৰাই হীৰেন গোহাঁইক এটা বৌদ্ধিক অনুষ্ঠান বুলি উল্লেখ কৰি তেওঁৰ নিভাঁজ দেশপ্রেম, জাতিপ্রেম, সামাজিক দায়বদ্ধতা আৰু সাম্যবাদী চেতনাৰ বিষয়ে ব্যক্ত কৰে। সভাত যোৰহাটৰ ‘আজিৰ সময়’ আলোচনীখনৰ পৰিয়ালৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়েও ড০ গোহাঁইক সম্বর্ধনা জনায়।

আনহাতে, বিশিষ্ট শিক্ষাবিদ, কবি, সাহিত্যিক,  ৰাজনীতিজ্ঞ হেম বৰুৱাৰ নামত প্ৰতিষ্ঠিত, হেম বৰুৱা ন্যাসে ২০১৭-২০১৮ বৰ্ষৰ বাবে হেম বৰুৱা বঁটা আগবঢ়াইছে বিশিষ্ট শিক্ষাবিদ, সাহিত্য সমালোচক, সমাজকৰ্মী, চিন্তাবিদ ড০ হীৰেন গোহাঁইলৈ।

হেম বৰুৱা ন্যাসে প্ৰকাশ কৰা অনুসৰি চলিত মাহৰ ১১ জুনত দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd