• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

দুটাকৈ বিস্ফোৰণে কঁপালে জেৰুজালেম: এগৰাকী নিহত, আহত প্ৰায় ১৪ গৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2022 3:15 pm
Explosions in Jerusalem
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলৰ ৰাজধানী জেৰুজালেমত আজি দুটাকৈ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰিছে। চহৰখনৰ দুটা পৃথক বাছ ষ্টপত সংঘটিত এই বিস্ফোৰণত এগৰাকী লোক নিহত হোৱাৰ লগতে ১৪ জন আহত হয় বুলি স্থানীয় প্ৰশাসনে সদৰী কৰিছে।

জেৰুজালেমৰ পশ্চিম দিশৰ এটা বাছ ষ্টপত সংঘটিত প্ৰথমটো বিস্ফোৰণত এগৰাকী লোকৰ মৃত্যু হয় আৰু ১১ গৰাকী আহত হয়। ইয়াৰ পিছতে কিছু দূৰৈৰ আন এটা ষ্টপেজত হোৱা পৃথক বিস্ফোৰণত এখন বাছ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে তিনিগৰাকী লোক আহত হয়।

Apply Now

আধা ঘণ্টাৰ ব্যৱধানত এই দুয়োটা বিস্ফোৰণ সংঘটিত হোৱা বুলি উল্লেখ কৰি আৰক্ষীয়ে বিস্ফোৰণত জড়িত থকা সকলৰ সন্ধানত অঞ্চলটো ঘেৰাও কৰি অনুসন্ধান চলোৱা হৈছে বুলি উল্লেখ কৰে।

জেৰুজালেমৰ শ্বাৰে জেডেক হাস্পতালৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, প্ৰথমটো বিস্ফোৰণৰ ফলত হোৱা আঘাতত এগৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে সংকটজনক অৱস্থাত থকা আন তিনিগৰাকী ব্যক্তিৰ লগতে সামান্যভাৱে আঘাতপ্ৰাপ্ত আন দুগৰাকী লোকৰ চিকিৎসা চলাই থকা হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই উল্লেখ কৰিছে।

ইফালে স্থানীয় আন এক চিকিৎসালয় হাদাছা চিকিৎসা কেন্দ্ৰই জানিবলৈ দিয়া মতে, প্ৰথমটো বিস্ফোৰণত আহত ছয়গৰাকী আৰু দ্বিতীয়টো বিস্ফোৰণত লঘুভাৱে আহত হোৱা আন তিনিগৰাকী লোকৰ চিকিৎসা কৰি থকা হৈছে।

ইফালে দেশখনৰ জন সুৰক্ষা মন্ত্ৰী ওমেৰ বাৰ-লেভে এই বিস্ফোৰণৰ নিন্দা কৰি বিস্ফোৰণক এক আক্ৰমণ আখ্যা দিছে। এই মুহূৰ্তলৈকে কোনো গোটে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

দৰিদ্ৰ পৰিয়াললৈ বছৰি ৩টা বিনামূলীয়া গেছ চিলিণ্ডাৰ, কিন্নৰ সকলৰ বাবে বিনামূলীয়া বাছ সেৱা : ঘোষণা বিজয়ৰ

August 24, 2026 5:16 pm
ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

ডুৰাণ্ড চেম্পিয়ন হৈ কি কি লাভ কৰিলে ইষ্টবেংগলে? কি কি পালে ৰানাৰ্ছ-আপ মোহনবাগানে…

August 24, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm
মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

মণিপুৰত পুনৰ জ্বলি উঠিল হিংসাৰ জুই : গুলীত আহত CRPF জোৱান, জ্বলাই দিলে দুটাকৈ ঘৰ

August 24, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd