• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চন্দ্ৰপুৰত অঘটন : তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত, এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 10, 2019 6:18 pm
teenagers

সোমবাৰে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ছাত্ৰ-ছাত্ৰী তিনিগৰাকী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতীমাৰাত শোকাৱহ ঘটনা। তপোৱনত ফুৰিবলৈ অহা তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত। সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত এই হৃদয়বিদাৰক ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, মুঠ পাঁচ গৰাকী ছাত্ৰ-ছাত্ৰী তাঁতীমাৰাৰ তপোবনলৈ ফুৰিবলৈ আহিছিল। ইয়াৰে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া তিনিগৰাকীৰ ভিতৰত এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰজনৰ নাম ৰঞ্জন ডেকা বুলি জানিব পৰা গৈছে।

ইপিনে, মৃত্যুক আঁকোৱালি লোৱা ৰঞ্জন ডেকাৰ ঘৰ মৰিগাঁৱৰ গৌৰীপুৰত বুলি জানিব পৰা গৈছে। ৰঞ্জন ডেকা জাগীৰোড কলেজৰ ছাত্ৰ আছিল।

এতিয়াও বাকী দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ উদ্ধাৰৰ বাবে এচ ডি আৰ এফে অভিযান অব্যাহত ৰাখিছে। আনহাতে সন্ধানহীন হৈ থকা ভাৰ্গৱ ডেকাৰ ঘৰ মায়ঙত। ভৰ্গব ডেকাও জাগীৰোড কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি চন্দ্ৰপুৰ কলেজৰ তৃষ্ণা কলিতা নামৰ ছাত্ৰী গৰাকীয়ে প্ৰথমতে নদীত জাঁপ দিয়ে। তেওঁক বচাবলৈ ভার্গৱ ডেকা, ৰঞ্জন ডেকা আৰু ধ্ৰুৱজ্যোতি হাজৰিকাই ব্ৰহ্মপুত্ৰত নামি যায়। কিন্তু নদীত নিখোজ হয় ভার্গৱ ডেকা আৰু ৰঞ্জন ডেকা। অৱশ্যে ধ্ৰুৱজ্যোতি হাজৰিকাই পাৰলৈ উঠি আহিবলৈ সক্ষম হয়।

আনহাতে, তেওঁলোকৰ সৈতে যোৱা অৰ্চনা ডেকা নামৰ ছাত্ৰীগৰাকী বৰ্তমান সুকলমে আছে। অৰ্চনাই জানিবলৈ দিয়া মতে, তৃষ্ণাই তেওঁৰ বয়ফেণ্ডৰ সৈতে ফোনত কাজিয়াত লিপ্ত হৈছিল আৰু নদীত জাঁপ দিম বুলি বাৰে বাৰে কৈ আছিল। ইয়াৰ মাজতে তৃষ্ণাই হঠাতে গৈ নদীত জাঁপ দিয়ে।

প্ৰেম জনিত কাৰণত যুৱতীগৰকীয়ে নদীত জাঁপ দিছিল বুলি সন্দেহ কৰা হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

পাৰ্লাৰলৈ যাবলৈ সময় নাই নেকি? ঘৰতে কেনেকৈ ধুনীয়া নখ পাব পাৰি জানো আহক

August 17, 2025 6:30 am
ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

মহাকাশৰ সপোন পূৰণ কৰি ‘গৃহভূমি’লৈ উভতিল শুভাংশু শুক্লা: ক’লে- ‘এয়া এক অদ্ভুত অনুভৱ’

August 17, 2025 9:09 am
কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

কৈশোৰ কালত সন্তানক কিমান স্বাধীনতা দিব লাগে? অভিভাৱকসকলৰ বাবে কিছু কিটিপ

August 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd