• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পূৰ্ণগতিত, পুৱা ৯.৩০ বজালৈকে ১০.১৪ শতাংশ ভোটদাতাৰ ভোটসাব্যষ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 27, 2021 10:40 am

1 min read

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পূৰ্ণগতিত, পুৱা ৯.৩০ বজালৈকে ১০.১৪ শতাংশ ভোটদাতাৰ ভোটসাব্যষ্ট
302
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ্গতিত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

ভাৰতৰ নিৰ্বাচনী আয়োগে জনোৱামতে, পুৱা ৯.৩০ বজালৈকে ৰাজ্যখনত ১০.১৪ শতাংশ ভোটাৰে ভোট সাব্যষ্ট কৰিছে।

মুঠ ৪৭টা বিধানসভা সমষ্টিত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ভোটগ্ৰহণ কেন্দ্ৰত সমূহত ভোটদাতাসকলৰ শাৰিৰীক তাপমাত্ৰা পৰীক্ষা কৰিছে।

তদুপৰি প্ৰাথমিক বিদ্যালয়সমূহত ফেচমাস্ক, গ্ল’ভছ আৰু চেনিটাইজাৰৰ ব্যৱস্থা কৰা হৈছে।

কৰোণাভাইৰাছৰ পৰিপ্ৰেক্ষিতত প্ৰায়সংখ্যক ভোটদাতাই মাস্ক পৰিধান কৰি ভোটসাব্যষ্ট কৰিছে।

তদুপৰি যিসকলে মাস্ক পৰিধান কৰা নাই, তেওঁলোকক বুথসমূহৰ পৰা মাস্ক যোগান ধৰা হৈছে।

পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ কাৰ্য আৰম্ভ কৰা হৈছে।

২৩গৰাকী মহিলাসহ মুঠ ২৬৪জন প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় কৰা হ’ব।

ইয়াৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ছজনকৈ কেবিনেট মন্ত্ৰী- ৰণজীত দত্ত, নৱ দলে, জগেন মহন, সঞ্জয় কিষাণ, অতুল বৰা, কেশৱ মহন্ত, কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ, এজেপি নেতা লুৰিণজ্যোতি গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভূপেন বৰা।

ভোটগ্ৰহণ উপলক্ষে ১২ খন জিলাত সুৰক্ষা বাহিনীক সষ্টম কৰি ৰখা হৈছে।

ভাৰতৰ নিৰ্বাচনী আয়োগে ভোটকেন্দ্ৰসমূহৰ প্ৰথমজন ভোটাৰক গামোচাৰে আদৰণি জনাইছে।

Recent News

index.jpgm

বংগত বিশাল নিৰ্বাচনী ৰেলী কৰি ফুৰা অমিত শ্বাহে ক’লে, ‘কুম্ভমেলা, ৰমজানত কোভিড বিধি উলংঘন হৈছে’

Margherita

ডুমডুমাৰ সাংবাদিক মনোজ বৰুৱালৈ সলিল নেওগ সোঁৱৰণী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ সাংবাদিকতা বঁটা

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd