• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশ্চিহ্ন হ’ব নেকি নৱ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি?: য়ুপিপিএলত যোগদান জিএছপিৰ অধিকাংশ নেতা-কৰ্মী

ৰিণয় বসুমতাৰী by ৰিণয় বসুমতাৰী
January 6, 2021 5:04 pm
Pramod Bodo
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি দখল কৰিম বুলি সততে দম্ভালি মাৰি থকা কোকৰঝাৰৰ লোকসভাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ দল গণ সুৰক্ষা পাৰ্টি নিচিহ্ন হৈ পৰিব নেকি?

এই প্ৰশ্নই এতিয়া জোকাৰি গৈছে বিটিচিৰ ৰাজনীতিত। উল্লেখ্য বিগত বিটিচি নিৰ্বাচনত বিটিচি দখল কৰিম বুলি দম্ভালি মাৰি থকা নৱ কুমাৰ শৰণীয়া গণ সুৰক্ষা পাৰ্টিয়ে মাত্ৰ এখন আসনত জয়ী হৈ য়ুপিপিএল নেতৃত্বাধীন বিটিচিত চামিল হ’বলৈ বাধ্য হৈছিল।

Apply Now

বিটিচি নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পূৰ্বে চৰম সুবিধাবাদীৰ পৰিচয় দি য়ুপিপিএল আৰু বিজেপি দলৰ শৰণাপন্ন হৈছিল নৱ কুমাৰ শৰণীয়াই।

ইয়াৰ পিছতে য়ুপিপিএল-বিজেপি বিটিচি পৰিষদলৈ সমৰ্থন আগবঢ়াইছিল নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিৰ বিজয়ী একমাত্ৰ পাৰিষদগৰাকীয়ে।

কিন্তু ইয়াৰ পিছতে নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টি যেন নিচিহ্ন হোৱাৰ দিশে আগবাঢ়িছে।

বুধবাৰে গণ সুৰক্ষা পাৰ্টিৰ বৃহৎসংখ্যক নেতা-কৰ্মীয়ে য়ুপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে।

বুধবাৰে বিটিচি তথা য়ুপিপিএলৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত বিগত বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ১০ গৰাকী নেতাই য়ুপিপিএলত যোগদান কৰিছে।

যুপিপিএলৰ কোকৰঝাৰস্থিত প্ৰধান কাৰ্যালয়ৰ যোগদান কাৰ্যসূচীত যোগদান কৰা গণ সুৰক্ষা পাৰ্টিৰ নেতাসকল হ’ল ক্ৰমে বিগত নিৰ্বাচনৰ চৰাইবিলৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী ধজেন্দ্ৰ ৰাভা, জ’মদুৱাৰৰ প্ৰাৰ্থী পংকজ দাস, কচুগাঁৱৰ প্ৰাৰ্থী ৰণেন্দ্ৰ কোচ, বাখুনগুৰিৰ থানেশ্বৰ ৰাভা, শালাকাটিৰ সঞ্জয় শৰণীয়া, শ্ৰীৰামুপুৰৰ হাফিজুৰ ৰহমান, গুমাৰ প্ৰাৰ্থী মফিদুল আহমেদ, খৈৰাবাৰীৰ অৰুণ বড়ো, নাগ্ৰীজুলিৰ ডেনিয়েল মাৰ্ডী আৰু পাঁচনৈৰ চেৰফাঙৰ প্ৰাৰ্থী ৰবীন মুৰ্মু।

কেৱল এইসকল নেতাই নহয়, গণ সুৰক্ষা পাৰ্টিৰ এই নেতাসকলৰ সৈতে দলটোৰ আন বহু নেতা আৰু কৰ্মীও আজি য়ুপিপিএলত যোগদান কৰিছে।

ইফালে গণ সুৰক্ষা পাৰ্টিৰ বৃহৎ সংখ্যক নেতা-কৰ্মীয়ে য়ুপিপিএল যোগদান কৰাৰ পিছতে প্ৰমোদ বড়োৰ নেতৃত্বাধীন দলটোৱে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে শক্তি পূৰ্বতকৈ বৃদ্ধি পোৱা বুলি দাবী কৰিছে।

যোগদান কাৰ্যসূচীৰ পিছতে সাংবাদিকৰ আগত বিটিচি তথা য়ুপিপিএল প্ৰধান প্ৰমোদ বড়োৱে কয় “জিএছপি নেতা আৰু অন্যান্য দলৰ নেতাসকলে য়ুপিপিএলত যোগদান কৰি শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু আছো।”

“কোকৰাঝাৰ আৰু চিৰাঙত আমাৰ দলটো শক্তিশালী হ’বলৈ আৰু কাম কৰাৰ প্ৰয়োজন আছে।” প্ৰমোদ বড়োৱে লগতে কয়।

ৰিণয় বসুমতাৰী

ৰিণয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd