DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু : ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ৰাজ্যত কোভিড আক্ৰান্ত হৈ পুনৰ দুগৰাকীৰ মৃত্যু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 9, 2020 12:44 pm
xcorona19-1589944874.jpg.pagespeed.ic.AKsoR7_3Mt

প্ৰতিনিধিত্বমূলক ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত পুনৰ কোভি১৯ত  আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে দুগৰাকীকৈ লোকে।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ(৭০) আৰু কাৰ্বি আংলংৰ ৰামসিং হাঞ্চেই মৃত্যুক আঁকোৱালি লৈছে।

দুয়োগৰাকীকে অতি জটিল অৱস্থাত GMCH ৰ ভেন্টিলেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কালি সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

যুৱতীগৰাকী ANEMIA আৰু SEPSIS ৰোগত আক্ৰান্ত আছিল আৰু শিৱসাগৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে অনা হৈছিল।

কালিৰ দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হৃদায়েৎপূৰৰ চফীকুল ৰহমান(৬০), বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

চাৰিওজনকে GMCH ৰ ICU ত শেষ নিশা ২ বজাৰ পৰা কাহিলী পুৱা ৫ বজাৰ ভিতৰত ভৰ্তি কৰোৱা হৈছিল।

ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল আটায়ে। আটাইকেইজন নিমুনিয়া, urosepsis আৰু চেপ্তিক স্বক ত আক্ৰান্ত হৈ আছিল।

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

মঙ্গলবাৰে নিশা দেৱী কাকতি নামৰ ডায়েবেটিচ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত এগৰাকী মহিলা মৃত্যুৰ মুখত পৰিছিল।

মহিলাগৰাকীক যোৱা ২ জুলাইৰ দিনা বশিষ্ঠৰ ১৫১ বেছ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হয়।

কিছু সময় পূৰ্বে কলিয়াবৰৰ ধদাৰাম মুৰা(৪০) নামৰ লোকজনে GMCH ৰ কোভিড ভেন্টিলেশ্যনত মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডত আক্ৰান্ত হোৱাৰ উপৰিও তেওঁ নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত আছিল।

তেওঁক ১ জুলাইৰ দিনা GMCH ৰ কোভিড ICU ত ভৰ্তি কৰোৱা হৈছিল।

মুৰাৰ শোকস্তব্ধ পৰিয়াললৈ মন্ত্ৰীগৰাকীয়ে সম বেদনা জ্ঞাপন কৰে।

ৰাজ্যত মুঠ ১৪০৩২ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৮৭২৬ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৫২৮১ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd