• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০ দিনত ৮টা শিয়ালৰ মৃত্যু : ৰাজ্যিক চিৰিয়াখানাত এতিয়া আতংকৰ নাম কেনাইন ডিছটেম্পাৰ ভাইৰাছ!! (ভিডিঅ’টো চাবলৈ ক্লিক কৰক)

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 21, 2018 7:54 pm
StateZoo

ৰাজ্যিক চিৰিয়াখানাত আজি জন্তুবোৰক ভেকচিন দিয়াৰ সময়ৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানাত বিগত ১০টা দিনত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে। শিয়ালৰ অস্বাভাৱিক মৃত্যুত শংকিত হৈ পৰিছে চিৰিয়াখানা কৰ্তৃপক্ষ।

চিৰিয়াখানা কৰ্তৃপক্ষই জানিবলৈ দিয়ামতে ‘কেনাইন ডিছটেম্পাৰ’ নামৰ এবিধ ভাইৰাছত আক্ৰান্ত হৈ শিয়ালকেইটাৰ মৃত্যু হৈছে। এই ভাইৰাছৰ অধিক সংক্ৰমণ যাতে নহয়, তাৰ বাবে ইতিমধ্যে চিৰিয়াখানা কৰ্তৃপক্ষ তৎপৰ হৈ পৰিছে।

Apply Now

চিৰিয়াখানাৰ ডি এফ অ’ তেজস্ব মৰিস্বামীয়ে জানিবলৈ দিয়ামতে সচৰাচৰ কুকুৰৰ পৰা সংক্ৰমণ ঘটে এই ভাইৰাচ বিধৰ।

তেওঁ কয়, “সাধাৰণতে ঘৰচীয়া বা পথত থকা কুকুৰৰ গাত এই ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাছ থাকে। গতিকে কেনেবাকৈ কুকুৰৰ গাৰ পৰা শিয়াললৈ এই ভাইৰাছ বিয়পিব পাৰে। খুব সম্ভৱ, চিৰিয়াখানালৈ অহা কোনো দৰ্শনাৰ্থী এই ভাইৰাচ থকা কুকুৰৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁৰ জৰিয়তেই হয়তো শিয়াললৈ এই ভাইৰাচবিধৰ সংক্ৰমণ ঘটিব পাৰে। এই ভাইৰাচবিধৰ পৰা মানুহৰ কোনো ক্ষতি নহয়। কিন্তু মানুহৰ জৰিয়তে ই বিয়পিব পাৰে। ইয়াৰ উপৰি এই ভাইৰাচত আক্ৰান্ত কোনো কুকুৰ যদি কেনেবাকৈ চিৰিয়াখানাৰ শিয়ালৰ সংস্পৰ্শলৈ আহিছে তেনেকৈও ই বিয়পিব পাৰে।”

তেওঁ লগতে কয়, এই ভাইৰাচৰ সংক্ৰমণ ৰোধ কৰিবলৈ চিৰিয়াখানাত থকা শিয়ালৰ উপৰি বাঘ, সিংহ আৰু হায়েনাক টিকা প্ৰদান কৰা হৈছে।

বিষয়াজনে আমাক জনোৱামতে, চিৰিয়াখানাত এতিয়ালৈকে কেৱল শিয়ালহে এই ভাইৰাচৰ দ্বাৰা আক্ৰান্ত হৈছে। কিন্তু তৎসত্ত্বেও বাঘ, সিংহ আৰু হায়েনা আদি জন্তুসমূহলৈ ই বিয়পিব যাতে নোৱাৰে তাৰ বাবে আন জন্তুবোৰৰো টিকাকৰণ কৰি থকা হৈছে।

ইয়াৰ উপৰি বনৰীয়া জন্তুৰ ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচৰ প্ৰতিষেধক টিকা অসমত উপলব্ধ নহয় আৰু উত্তৰ প্ৰদেশৰ পৰা এই প্ৰতিষেধক আনিব লগীয়া হৈছে। সাধাৰণ কুকুৰক দিয়া ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচৰ টিকা বনৰীয়া জন্তুৰ বাবে নহয়। এইদৰে কয় বিষয়াগৰাকীয়ে।

“এই ভাইৰাচৰ প্ৰাদুৰ্ভাৱ ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰু দিল্লীৰ চিৰিয়াখানাত হৈছিল। গতিকে আমাৰ সহকাৰী বন সংৰক্ষক এগৰাকী উত্তৰ প্ৰদেশলৈ গৈ তাৰ পৰা এই প্ৰতিষেধক আনিছে। তাৰ পাছত আমি ইয়াত টিকা প্ৰদান কৰিছো”, ডি এফ অ’ তেজস্ব মৰিস্বামীয়ে কয়।

উল্লেখযোগ্য যে ৰাজ্যিক চিৰিয়াখানাত শিয়াল ‘কেনাইন ডিছটেম্পাৰ’ ভাইৰাচত আক্ৰান্ত হোৱা বুলি অৱগত হোৱাৰ পিছৰ পৰাই শিয়ালকেইটাক আন জন্তুৰ পৰা আঁতৰাই ৰখা হৈছে।

আনহাতে শিয়ালৰ উপৰি হায়েনা আৰু আন জীৱ-জন্তুও এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি সত্য নহয় বুলি জনায় বিষয়াজনে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে

July 6, 2026 7:48 am
গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd