• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন্দামানৰ মাত্ৰ ৫৯ জন লোক জীয়াই থকা জনগোষ্ঠীটোৰ ১০ জনেই আক্ৰান্ত কোভিডত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 5:32 pm
great
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাগৰৰ মাজত সৰু সৰু দ্বীপ।

দ্বীপৰ ঘন অৰণ্যৰ মাজত বাস কৰা বহু লোকেই আজিও দেখা নাই আধুনিক সভ্যতাৰ পোহৰ।

Apply Now

আন্দামান-নিকোবৰৰ সাগৰৰ মাজত সিচঁৰতি হৈ থকা বহু জনগোষ্ঠীৰ জীৱনলৈ ছুনামীকে ধৰি আন বহু প্ৰাকৃতিক দুৰ্যোগে নমাই আনিছে অস্তিত্বৰ সংকট।

আন্দামানৰ দ্বীপ সমূহত বাস কৰে ৬টা জনগোষ্ঠীৰ লোকে।

সেইবোৰ হ’ল ক্ৰমে গ্ৰেট আন্দামানিজ,জাৰৱা,ছেণ্টিনেলিজ,অংগে ,নিকোবাৰিজ,ছম্পেন। ইয়াৰে গ্ৰেট আন্দামানিজ জনগোষ্ঠীটোক বাদ দি বাকী কেইটা জনগোষ্ঠীৰ লোক সকলে আধুনিক বিশ্বৰ লোক সকলৰ সৈতে কোনো দিনে মিলা-মিছা কৰি পোৱা নাই ।

ভাৰত চৰকাৰেও আধুনিক সভ্যতাৰ পৰা বাহিৰত থাকিব বিচৰা এই জনগোষ্ঠী সমূহ যাতে চিৰ দিনৰ বাবে যাতে হেৰাই নাযায় তাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

আধুনিকতাৰ পোহৰ নেদেখা যিবোৰ অঞ্চলত সেই জনগোষ্ঠীৰ লোকে বাস কৰে সেই অঞ্চল সমূহলৈ সাধাৰণ লোকৰ যাতায়াত বন্ধ কৰা হৈছে।

আধুনিকতাৰ সামান্য সংস্পৰ্শলৈ অহা আন্দামানৰ গ্ৰেট আন্দামানিজ জনগোষ্ঠীৰ বৰ্তমান জনসংখ্যা মাত্ৰ ৫৯ গৰাকী।

সেই ৫৯ গৰাকী লোকৰ মাজৰে আকৌ ১০ জন লোক শেহতীয়াকৈ আক্ৰান্ত হৈছে মাৰাত্মক ক’ৰ’ণা ভাইৰাছত।

সেয়ে চিন্তিত হৈ পৰিছে চৰকাৰ। চৰকাৰে ক’ৰ’ণাত আক্ৰান্ত ১০ জন গ্ৰেট আন্দামানিজ লোকৰ মাজৰে বেছিকৈ অসুস্থ হৈ পৰা ৬ জনক চিকিৎসাৰ বাবে আনিছে পোৰ্টব্লেয়াৰৰ চিকিৎসালয়লৈ।

বাকী কেইগৰাকীক ৰাখিছে ঘৰতে। জনগোষ্ঠীটোৰ কোভিড আক্ৰান্ত লোক কেইজনৰ পৰা যাতে অৱশিষ্ট আন লোকলৈ ৰোগ বিয়পি পৰিব নোৱাৰে তাৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd