• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামৰূপ জিলাৰ ছয়াগাঁৱত ১০ টাকৈ শগুণৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2020 7:10 pm

1 min read

30-03-19 Demow- Various Vulture death (2)

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস, ইন্টাৰনেট

712
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ ছয়গাঁৱৰ বামুনীগাঁৱত মৃত্যু ঘটিছে ১০ টাকৈ শগুণৰ।বৃহস্পতিবাৰে দিনৰ ভাগত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্য ঘটনা সন্দৰ্ভত অসম বন বিভাগে এজাহাৰ দাখিল কৰিছে স্থানীয় ছয়গাঁও আৰক্ষী থানাত।

শ্বিলং টাইমছত উদ্ধৃতি দি শনিবাৰে পশ্চিম কামৰূপ খণ্ড বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় যে বিহযুক্ত এটা গৰুৰ মৰাশ ভক্ষণ কৰাৰ ফলত শগুণ ১০ টা মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে।

‘এতিয়ালৈকে এই ১০ টা শগুণ মৃত্যু ঘটাৰ কাৰণ কি সেয়া নিশ্চিত হোৱা নাই।শগুণকেইটাৰ মৰাশ মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা হ’ব।আৰু অধিক শগুণ ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা সন্দেহ কৰা হৈছে।আৰু এটা শুগুণ উদ্ধাৰ কৰি ৰাণীস্থিত শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।’ বন সংমণ্ডল বিষয়াগৰাকীয়ে এই দৰে কয়।

এই ঘটনাৰ সন্দৰ্ভত বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে কয় যে ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰু তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়িছে।

এইধৰণৰ ঘটনাবোৰ সজাগতাহীনাৰ বাবে সংঘটিত হোৱা দেখা যায়। সেয়ে স্থানীয় লোকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে গাঁও পঞ্চায়তৰ উদ্যোগত সজাগতা সভা আৰু কাৰ্যসূচী গ্ৰহণৰ পোষকতাও কৰে খণ্ড বন সংমণ্ডল বিষয়াগৰাকীয়ে।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd