• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জানেনে? জানি লওক গৰু বিহুত খোৱা এশ এবিধ শাকৰ নাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2024 7:46 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰু বিহুৰ দিনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা অতীজৰে পৰাই পালন কৰি অহা হৈছে। গৰু বিহুৰ দিনা সন্ধিয়া এশ এবিধ শাকৰ আঞ্জা খোৱাটো অসমীয়া সমাজৰ এক পুৰণিকলীয়া পৰম্পৰা।

কিন্তু আজিৰ প্ৰজন্মৰ বেছিভাগ মানুহেই নাজানে চিনি নাপায় এই এশ এবিধ শাক নাম। আনকি নাজানে শাক সমূহৰ নাম। অৱশ্যে ইয়াৰে যথেষ্ট সংখ্যক শাক আজিকালি পাবলৈয়ে নোহোৱা হ’ল।

Apply Now

সেয়ে আজিকালি গৰু বিহুৰ দিনা গধূলি সম্পূৰ্ণ এশ এবিধ শাকৰ পৰিৱৰ্তে মাত্ৰ কেইবিধমান শাকেৰেই এই আঞ্জা প্ৰস্তুত কৰি পৰম্পৰাটো ৰক্ষা কৰা হয়।

এই শাকসমূহ হৈছে এক প্ৰকাৰৰ বন দৱৰ। বহুতো ঔষধি গুণেৰে পৰিপুষ্ট এই শাকসমূহ বিহুৰ পৰম্পৰা বুলিয়েই নহয়, মাজে সময়ে মানুহে নিজৰ স্বাস্থ্যৰ উপকাৰিতাৰ বাবেও এই শাক সমূহ খাই থকা উচিত।

গৰু বিহুত খাব পৰা এশ এবিধ শাকৰ নাম-

সৰু মানিমুনি, বৰ মানিমুনি, মচন্দৰী, নৰসিংহ , তিতা ভেঁকুৰী , পনৌনৌৱা, ভেদাইলতা, ঢেঁকীয়া, তিতামৰা, টেঙেচি, চজিনা, কালমেঘ, জিলমিল, কচুঠুৰি, কলমৌ শাক, কেহৰাজ, খুতুৰা শাক, কাটা খুতুৰা, গাজৰ, লাইজাবৰি, শুকলতি, দহিকচু, ওলকচু, টিকনিবৰুৱা, ধনিয়া পাত, চুকাশাক, দোৰোণবন, নেফাফু, পদিনা, পুৰৈশাক, পালেংশাক, পাতেগজা, পানীটেঙেচ, ব্ৰাহ্মীশাক, বাহক তিতা, ভাঙৰ পাত, মহাভৃংগৰাজ, মটৰ মাহ, মহানিম, মেথিশাক, মূলা, মালভোগ শাক, মৰিচা শাক, মানকচু, সৰিয়হ শাক, কাচকল, বনজালুক, টেঙামৰা, তিতাফুল, চেংমৰা, মধুসোলেং, তিতা কেৰেলা, কপৌঢেঁকীয়া, বেতগাজ, তেজপাত, তিয়ঁহ, চিৰতা, কেঁচা জলকীয়া, কালজিৰা, উৰহী, পচলা, কঁঠাল, অমিতা, ৰঙালাউ, মৰলীয়া, বাবৰিশাক, হেলচি শাক, শুহনিবন, তিতাফুল, মোৱা, বকফুল, ভাতকেৰেলা, আদা, হালধি, ভূতমলা, ফুটকলা, জেতুলীপকা, কলডিল, বিলাহী, চয়াবিন, নহৰু, পিয়াঁজ, জালুক, ৰঙাআলু, আলু, পানীলাউ, ৰঙা মৰিচা, ভোট জলকীয়া, কাজিনেমু, শেৱালি ফুল, বেঙেনা, জিকা, ভোল, ফেচবিন, ভেন্দি, মানধনিয়া, লেচেৰামাহ, হাতীভেঁকুৰি, ভুঁই আমলখি, ধঁপাত তিতা।

ইয়াৰ ওপৰিও অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ শাক পােৱা যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd