• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰ্যটকৰ বাবে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব হেলিপেড: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2018 1:40 pm

1 min read

sarbananda
83
VIEWS
Share on FacebookShare on Twitter

এশিঙীয়া গঁডৰ বিচৰণভূমি হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যলৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে অচিৰেই নিৰ্মাণ কৰা হ’ব এটা হেলিপেড। এক টুটট যোগে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

কাজিৰঙা অভায়ৰণ্যক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যলয়ে।
উল্লেখ্য যে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত এখন সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ কেবিনেটৰ তিনিজন মন্ত্ৰীক ইতিমধ্যে এই সন্দৰ্ভত প্ৰাথমিক কাম কাজ আৰম্ভ কৰাৰ যাৱতীয় নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি মতে ইতিমধ্যে হেলিপেড নিৰ্মাণৰ বাবে কাজিৰঙাৰ ওচৰ পাঁজৰৰ ঠাই নিৰ্বাচন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্ম, স্থানীয় বিধায়কদ্বয় তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাক নিৰ্দেশ দিছে।

এশিঙীয়া গঁডৰ বিচৰণভূমি হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা অভায়ৰণ্যত হেলিপেড নিৰ্মাণ হ’লে পৰ্যটকৰ বহুদিনীয়া অসুবিধা দূৰ হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যলৈ প্ৰতি বছৰে বহু বিদেশী পৰ্যটকৰ আগমণ ঘটে আৰু ইয়াৰ পৰা চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়।

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd