• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কৃষি-২০২২’ অনুষ্ঠানলৈ আমন্ত্ৰিত অসমৰ বঙাইগাঁও জিলাৰ কৃষক গাজিউৰ ৰহমান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 2:31 pm
Agri-Conference
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ লগতে ৰাজ্যিক ভিত্তিত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰা আদৰ্শ কৃষক গাজিউৰ ৰহমানে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ পৰা লাভ কৰিছে বিশেষ আমন্ত্ৰণ।

কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ সৌজন্যত  আজিৰ পৰা ২০ ফেব্ৰুৱাৰিলৈ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ‘ভাৰতৰ কৃষি-২০২২’ শীৰ্ষক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য কাৰ্যবাহী ৰাজপত্ৰিত বিষয়া অশোক দালৱাই গাজিউৰলৈ চৰকাৰীভাৱে আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে।

Apply Now

উক্ত আলোচনা-চক্ৰৰ কাৰ্যসূচী অনুসৰি নতুন দিল্লীৰ পিছত উক্ত দুয়োদিনত পৰ্যায়ক্ৰমে দেশৰ প্ৰগতিশীল কৃষকৰ লগত ভাগে ভাগে হ’বলগীয়া  ৭খন ব’ৰ্ডত নিদিৰ্ষ্ট কৃষক সংস্থা, কৃষি বিজ্ঞানী, অৰ্থনীতিক, উদ্যোগপতি-বাণিজ্য সংস্থা, নীতি নিৰ্ধাৰক আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ আমোলাই অংশগ্ৰহণ কৰিব।

আনহাতে ২০ ফেব্ৰুৱাৰীত দিনৰ ২.৩০ বজাৰ পৰা ৪.১৫ বজালৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া উদ্ভাৱনীমূলক সভাত অন্যান্য কৃষকৰ লগতে বঙাইগাঁৱৰ মাণিকপুৰ ডোমপাৰাৰ (পুন্তিবাৰী) ৪৯ বছৰীয়া কৃষক গাজিউৰ ৰহমানে অংশগ্ৰহণ কৰিব।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বৰ্তমানৰ চিৰাং জিলাৰ আমগুৰিৰ শিমলাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা গাজিউৰ ৰহমানে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা সময়ৰ আহ্বানত পিতৃ মোফাজ্জল মণ্ডলৰ (প্ৰয়াত) কৃষি কাৰ্যত সহায় কৰিবলৈ ধৰে।

পৰিস্থিতিত জন্মগাঁও চিৰাঙৰ আমগুৰি ১৯৯৩ চনতে এৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ ডোমপাৰাত বসতি কৰিবলৈ লৈ পৰ্যায়ক্ৰমে কৃষিকাৰ্যত নতুনত্ব আনি কৃষি বিভাগৰ দিহা-পৰামৰ্শৰে জৈৱিক পদ্ধতিৰে আলু, ধান, সৰিয়হকে ধৰি প্ৰতিটো বতৰৰ উপযোগী কৃষিকৰ্মত লাগি সফলতা লাভ কৰে।

স্মৰ্তব্য যে বাংলাদেশৰ পৰা উন্নত জাতৰ থাইলেণ্ডমূলীয় বগৰীৰ পুলি আনি বিশেষ সফলতা লাভ কৰা গাজিউৰক ২০১৩ চনত কৃষি বিভাগে বঙাইগাঁও জিলাৰ শ্ৰেষ্ঠ কৃষকৰ বটাঁ, ২০১৭ চনত ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ কৃষকৰ বঁটা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এইজনা কৃষকে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ আলোচনাচক্ৰলৈ আমন্ত্ৰণ লাভ কৰাত অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd