• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত বন্ধ হ’ব ১০৯ বছৰীয়া ঐতিহাসিক পুৰণি ৰেইল লাইন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2020 6:48 pm
Uttar Pradesh Story

উত্তৰ প্ৰদেশৰ ঐতিহাসিক ৰেইল লাইনৰ দৃশ্য

594
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰেই বন্ধ হ’ব উত্তৰ প্ৰদেশৰ দুধৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগেৰে যোৱা ১০৯ বছৰীয়া ঐতিহাসিক মিটাৰগজ ৰেইল লাইন।

দধুৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা মিটাৰগজ ৰেইল পথছোৱা উদ্যানখনৰ জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰিবলৈ ন্যায়ালয়ে ৰেইল বিভাগক নিদেৰ্শ দিছিল।

ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ ভিত্তিত ৰেইল বিভাগে লখিমপুৰ-মেইলানী সংযোগী ব্ৰডগজ ৰেইল পথছোৱা নিৰ্মাণ কৰি উলিয়াইছে।

ৰেইল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ১৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নানপাৰা আৰু মেইলানী সংযোগী মিটাৰগজ ৰেইল পথছোৱা দুধৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ গৈছিল।

ৰে’লৱেই কৰ্তৃপক্ষই জনাইছে যে চলিত মাহত লখিমপুৰ-মেইলানী সংযোগী ব্ৰডগজ ৰে’লৱেই লাইন মুকলি কৰাৰ লগে লগেই বন্ধ কৰা হ’ব ১০৯ বছৰীয়া পুৰণি ঐতিসাহিক মিটাৰগজ ৰেইল পথছোৱা।

ইফালে বন্ধ কৰাৰ পিছত উক্ত মিটাৰগজ ৰেইল লাইনটো “ঐতিহ্য চিহ্ন”ৰূপে সংৰক্ষণ কৰি ৰখা হ’ব বুলি জনাইছে ৰে’লেৱই কৰ্তৃপক্ষই।

দুধৱা ব্যাঘ্ৰ্য সংৰক্ষণৰ পৰিচালক সঞ্জয় পাঠকে কয় যে “যোৱা ২০ বছৰত প্ৰায় ১০০ টা জন্তু ৰেইল দুৰ্ঘটনাত মৃত্যু ঘটিছে। তাৰ ভিতৰত হৰিণ, বাঘ, হাতী, গঁড় আৰু ঘৰিয়াল অন্যতম।”

উল্লেখ্য যে উক্ত মিটাৰগজ ৰেইল লাইন বন্ধ কৰি দিয়াৰ ফলত নানপাৰা আৰু মেইলানীৰ প্ৰায় ৩০ লক্ষাধিক লোকৰ দৈনিক যাতায়াতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। কাৰণ এই অঞ্চলৰ লোকসকলৰ বৰ্হিবিশ্বৰ সৈতে যোগাযোগৰ একমাত্ৰ সম্বল হ’ল ৰেইল যাতায়াত।

উত্তৰ পূৱ ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া পংকজ সিঙে কয় যে নৱনিৰ্মিত দধুৱা ব্ৰডগজ ৰে’লৱে লাইনছোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।

জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে লগতে আৰু কয় যে বহ্রাইখ হৈ গন্দা-মেইলানী ৰেইল লাইনটো ১৯১১ চনতে শুভাৰম্ভ কৰা হৈছিল।ইফালে তাৰ পূৰ্বে ১৮৯২ চনত মেইলানী-চ’হেলা আৰু চ’হেলা-সোণাৰীপুৰ শাখাৰ ৰেইল লাইন সম্পূৰ্ণ হৈছিল ১৮৯৮ চনত। আনহাতে নানপাৰা-মিহিনপোৱা ৰেইল পথছোৱা সম্পূৰ্ণ কৰা হৈছিল ১৮৯২ আৰু মিহিনপোৱা-কাটাৰ্নিয়া ৰেইল পথছোৱা সম্পূৰ্ণ কৰা হৈছিল ১৮৯৮ চনত।

“সোণাৰীপুৰ-ক’দীয়ালঘাট ৰেইল পথছোৱা ১৯১১ চনত সম্পূৰ্ণ কৰাৰ পিছত কাটাৰ্নিয়াঘাট আৰু ক’লদীয়াঘাট শাখা ১৯৪৬ চনত সম্পূৰ্ণ কৰি যাতায়াত আৰম্ভ কৰা হৈছিল” বুলিও বিষয়া সিঙে জানিবলৈ দিয়ে।

Recent News

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd