• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত কৰ’নাভাইৰাছ সম্বন্ধে অপপ্ৰচাৰ; মিজোৰামত ১১ গৰাকী ব্যক্তি আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 3:52 pm

1 min read

Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2.7k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ মিজোৰামত কৰ’নাভাইৰাছ সম্পৰ্কে ছ’চিয়েল মিডিয়াত ভূৱা খবৰ প্ৰচাৰ কৰা অভিযোগত ১১ লোকক আৰক্ষীয়ে আটক কৰিছে।

কৰ’না ভাইৰাছ সম্বন্ধে ছ’চিয়েল মিডিয়া যোগে মিছা খবৰ প্ৰচাৰ কৰি জনসাধাৰণক আতংকিত কৰি তোলাৰ বাবেই লোক কেইগৰাকীক আটক কৰা হৈছে বুলি বুধবাৰে মিজোৰাম আৰক্ষীয়ে সদৰী কৰে।

আটকাধীন লোক কেইগৰাকীয়ে চিংগাপুৰৰ পৰা উভতি অহা এগৰাকী মহিলাক সন্দেহজনক লক্ষণৰ বাবে বৰ্তমান ঘৰত নিৰীক্ষণত ৰখা হৈছিল বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিল।

লোক কেইগৰাকীয়ে ছ’চিয়েল মিডিয়াত মহিলা গৰাকীয়ে জোৰাম চিকিৎসা মহাবিদ্যালয় থাকিবলৈ অমান্তি হোৱা বুলিও প্ৰচাৰ চলাইছিল।

আনহাতে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকীক জামিনত মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে, কেন্দ্ৰ আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰ্যালয়ে দেশৰ জনসাধাৰণক কৰ’না ভাইৰাছ সম্বন্ধে আতংকিত নহবলৈ আহ্বান জনাই ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰতিৰোধী ব্যৱস্থা সমূহ পালন কৰিবলৈ অনুৰোধ কৰি আহিছে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd