• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছাবমেৰিনত খুন্দিয়াই ডুব গ’ল মাছমৰীয়াৰ নাও : ১১ জনক উদ্ধাৰ, ২ জন সন্ধানহীন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 22, 2024 9:00 pm
80
VIEWS
Share on FacebookShare on Twitter

গোৱাৰ উপকূলত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। নৌসেনাৰ চাবমেৰিনত খুন্দিয়াই সাগৰত ডুব গ’ল মাছমৰীয়াৰ নাও।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নাওখনত ১৩জন মাছমৰীয়া আছিল। ইয়াৰে ১১ জনক উদ্ধাৰ কৰা হয় যদিও ২ জন এতিয়াও সন্ধানহীন হৈ আছে। তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে এক উদ্ধাৰ অভিযান।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰে গোৱা উপকূলৰ পৰা প্ৰায় ৭০ নটিকেল মাইল দূৰত্বত মাৰ্থোমা নামৰ নাও এখনে মাছ ধৰি আছিল। তাৰ পিছতে নাওখনে সেনাৰ ছাবমেৰিনত খুন্দা মাৰে।

প্ৰচণ্ড আঘাতৰ ফলত মাছমৰীয়াৰ নাওখন ভাঙি যায়। লগে লগে নৌসেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে। শীঘ্ৰে উদ্ধাৰ কৰা হয় ১১ জন লোকক।

অৱশ্যে প্ৰাথমিক অভিযানৰ অন্তত ২ জন মাছমৰীয়াৰ কোনো সন্ধান পোৱা নগ’ল।

এনে পৰিস্থিতিত সেই দুজনক বিচাৰি উলিয়াবলৈ পুনৰ অনুসন্ধান আৰম্ভ হৈছে।

মুম্বাইৰ মেৰিটাইম ৰেচকিউ ক’অৰ্ডিনেটৰ চেণ্টাৰ (এম আৰ চি চি)য়ে নৌসেনাৰ সৈতে এই অনুসন্ধানত যোগদান কৰিছে।

এই ঘটনা সন্দৰ্ভত নৌসেনাৰ এগৰাকী মুখপাত্ৰই কয় যে নিৰুদ্দেশ হোৱা মাছমৰীয়া দুজনক উদ্ধাৰৰ সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। এই তালাচী অভিযানত ক’ষ্ট গাৰ্ডেও সহায় কৰিছে।

উদ্ধাৰ অভিযানত নৌসেনাৰ ছখন জাহাজ আৰু হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল তাৰো তদন্ত চলি আছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd