DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ১১ জন লোকক ভৰ্তি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 5, 2020 7:02 pm
IMG-20200405-WA0071

ফটো : নৰ্থ-ইষ্ট নাও

834
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বাক্সা জিলাৰ নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খন কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।

ইতিমধ্যে বিহাৰৰ পাটনাৰ পৰা চিকিৎসা কৰি ঘৰলৈ আহি থকা সময়ত নাগ্ৰীজুলিৰ লাউপাৰা গাঁৱৰ এটি পৰিয়ালৰ পাঁচগৰাকী সদস্যক ১ এপ্ৰিলত মুছলপুৰৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ দুদিন পিছত অৰ্থাৎ ৪ এপ্ৰিলত তেওঁলোকক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ কোৱাৰেণ্টাইনৰ বাবে অনা হয়।

ইয়াৰ উপৰি তামুলপুৰ মহকুমাৰ শুক্লাই অঞ্চলত শ্ৰমিক হিচাপে কাম কৰি থকা উত্তৰ প্ৰদেশৰ ছগৰাকী শ্ৰমিককো বাক্সা জিলাৰ মুছলপুৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত আজি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ ব্যৱ্স্থা কৰে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰত আজিলৈ মুঠ ১১ গৰাকী লোকক কোৱাৰেণ্টাইন কৰা বুলি জানিব দিছে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে।

আজি তামুলপুৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া তন্ময় বৰা আৰু বাক্সা জিলা যক্ষ্মা ৰোগ বিষয়া গৰাকীয়ে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ কোৱাৰেণ্টাইন কৰি ৰখা ব্যক্তি সকলৰ স্বাস্থ্যৰ বুজ লয়।

ইপিনে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মনোহৰ দাসে জানিবলৈ দিয়া মতে চিকিৎসালয়খনক কোৱাৰেণ্টাইন চিকিৎসালয় হিচাপে গঢ় দিয়া হৈছে যদিও চিকিৎসক, নাৰ্চ আৰু চিকিৎসালয়খনৰ স্বাস্থ্য কৰ্মী সকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আৱশ্যকীয় সা-সঁজুলি, এন-৯৫ মাস্ক বা চেনিটাইজাৰ পৰ্যাপ্ত পৰিমাণৰ নাই।

আনহাতে চিকিৎসালয়খনত স্থায়ী চাফাই কৰ্মী নথকা হেতুকে সঠিকভাৱে পৰিষ্কাৰ-পৰিচন্নকৈ ৰোগী সকলক ৰখাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছে বুলিও অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰিছে। সেয়ে এই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডাঃ দাসে অনুৰোধ জনাইছে।

Recent News

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

Global Economy: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আটাইতকৈ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিশ্ব অৰ্থনীতি: আইএমএফ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

‘জিম্মাত মৃত্যু’ ঘটা ছফিকুলৰ পত্নী, আন চাৰিজনৰ বিৰুদ্ধে UAPAত গোচৰ অসম আৰক্ষীৰ

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

কলিয়াবৰত ভয়াৱহ পথ দুৰ্ঘটনা; মহিলাসহ দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd