• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঘন্য কাণ্ড : পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক; অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2020 12:25 pm
1624924-rape-1517584646

প্ৰতীকাত্মক ছবি, উৎস- দ্য এক্স্প্ৰেছ ট্ৰিবিউন

502
VIEWS
Share on FacebookShare on Twitter

পিতৃৰ এজন বন্ধুৱে এগৰাকী ১১ কিশোৰীক ধৰ্ষণ কৰাৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে ৰাজধানী দিল্লীৰ বিজয় বিহাৰ অঞ্চলত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি শনিবাৰে দুপৰীয়া কিশোৰী গৰাকীক পিতৃৰ এজন বন্ধু তথা ৪২ বছৰীয়া লোকে ধৰ্ষণ কৰে।

এগৰাকী মহিলাই লোকজনে কিশোৰী গৰাকীৰ ওপৰত যৌন নিগ্ৰহ চলাই থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে আৰু লোকজন ততালিকে সেই ঠাইৰ পৰা পলায়ন কৰে।

পিছত দিল্লী আৰক্ষীয়ে অভিযান চলাই কিশোৰী গৰাকীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্ত লোক গৰাকীক দিল্লীৰ বাহিৰত কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

“আমি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ এটা গোচৰ ৰুজু কৰিছো। অভিযুক্তজন কিশোৰী গৰাকীৰ পিতৃৰ এজন বন্ধু।” ৰোহিনীৰ আৰক্ষী উপ আয়ুক্ত প্ৰমোদ কুমাৰ মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কিশোৰী গৰাকী কণিষ্ঠ ভাতৃসহ পিতৃ-মাতৃৰ সৈতে বিজয় বিহাৰ অঞ্চলত বাস কৰে। কিশোৰী গৰাকীৰ পিতৃ এগৰাকী ৰাজমিস্ত্ৰী আৰু মাতৃ গৃহিণী।

ঘটনাৰ দিনা অৰ্থাৎ শনিবাৰে কিশোৰী গৰাকীৰ মাতৃয়ে কামৰ বাবে গাঁৱলৈ গৈছিল। পিতৃয়ে দুই সন্তানক ঘৰত থৈ কামলৈ ওলাই গৈছিল।

প্ৰায় দিনৰ ১ মান বজাত পিতৃৰ বন্ধু গৰাকীয়ে আহি কিশোৰ গৰাকীৰ ভাতৃয়ে সুই থকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰে।

“ইতিমধ্যে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই কাউন্সিলিং কৰি থকা হৈছে।” ডিচিপি মিশ্ৰই কয়।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd