• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৰুৰ বজাৰত উন্মত্ত জনতা ভেদি উদ্ধাৰ ৪ ব্যক্তিক, হাইলাকান্দি আৰক্ষীৰ ১২জন ঘায়েল, অ’চিৰ অৱস্থা গুৰুতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2019 5:14 pm
12 cops escape mob attack in Assam's Hailakandi

প্ৰতীকী ছবি। সৌজন্য- টুইটাৰ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইলাকান্দি আৰক্ষীৰ এটা দলে শুকুৰবাৰে ৰাতি এখন গৰু বজাৰত উন্মত্ত দলবদ্ধ জনতাৰ আক্ৰমণ ভেদি চাৰিজন লোকৰ প্ৰাণ ৰক্ষা কৰিছে।

আৰক্ষী সূত্ৰমতে, জিলাখনৰ নিতাইনগৰ গাঁৱত সংঘটিত ঘটনাটোত ঘায়েল হৈছে তেওঁলোকৰ ১২জন ব্যক্তি।

Apply Now

লাঠী লৈ চলা দলবদ্ধ আক্ৰমণৰ বলি হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কুমাৰ দাস, চেকেণ্ড অফিচাৰ অশোক চক্ৰবৰ্তী, আলগাপুৰ আৰক্ষী চকীৰ অ’চি বৰাত চন্দ্ৰ কৰ আৰু চি আৰ পি এফৰ দুজন জোৱানৰ আঘাত গুৰুতৰ, সূত্ৰটোৱে জনায়।

খবৰমতে, নিতাইনগৰ বজাৰৰ লস্কৰবজাৰ সাপ্তাহিক গৰু হাটলৈ যোৱা আৰক্ষী কনিষ্টবল জামিল হুছেইনকে ধৰি নজনীয়া দল এটাক সোপাধৰা বুলি কোনো লোকে আক্ৰমণ আৰম্ভ কৰে।

“শিশু সোপাধৰা” ধৰাৰ খবৰটো তৎক্ষণাত বনজুইৰ বিয়পি যায় আৰু আক্ৰমণকাৰী উত্তেজিতসকলে ব্যক্তিকেইজনক প্ৰচণ্ড মাৰ সোধোৱাৰ লগতে তেওঁলোক যোৱা গাড়ীও জ্বলাই দিয়ে।

খবৰ পাই ঘটনাস্থলীত উপস্থিত হোৱা হাইলাকান্দি সদৰ আৰক্ষী-চি আৰ পি এফ দলটোকো উত্তেজিত লোকসকলে আক্ৰমণ কৰে।

আক্ৰমণত বাধা দিয়া, ঘটনাস্থলীত উপস্থিত আন কেইজনমান অসামৰিক লোকো ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে।

অ’চি দাসৰ আঘাত গুৰুতৰ আৰু তেওঁক ৰাতিয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ঘটনাটোৰ পিছত ঠাইখিনিলৈ পুনৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে, জিলা উপায়ুক্ত কীৰ্তি জালিয়ে ৰাইজক শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে আৰু সোপাধৰাৰ কোনো দলৰ উপস্থিতি অগ্ৰাহ্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd