• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কা’ বাতিলৰ দাবীত কাইলৈ ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গোলাঘাট , January 23, 2020 9:07 pm

1 min read

‘কা’ বাতিলৰ দাবীত কাইলৈ ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ ঘোষণা
809
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত কাইলৈ অৰ্থাৎ ২৪ জানুৱাৰীত গোলাঘাট জিলাৰ বিভিন্ন ‘কা’ বিৰোধী মঞ্চই ১২ ঘণ্টীয়া জিলা বন্ধ ঘোষণা কৰিছে।

জিলাখনৰ বিভিন্ন ঠাইত ‘গোলাঘাট জিলাৰ সকলো কা বিৰোধী মঞ্চৰ আহ্বানত ১২ ঘণ্টীয়া গোলাঘাট জিলাৰ সম্পুৰ্ণ বন্ধ’ বুলি লিখা পোষ্টাৰ লগাই থোৱা দেখা গ’ল।

ইতিমধ্যে কা বিৰোধী বিভন্ন দল সংগঠনে জিলাখনৰ প্ৰান্তে প্ৰান্তে কা বাতিলৰ দাবীত ঘোষণা কৰা এই বন্ধৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত ৰখাৰ খবৰ পোৱা গৈছে।

দেৰগাঁও, গোলাঘাট, বোকাখাত, নুমলীগড়, ব্ৰহ্মপুত্ৰ, ঢেকীয়াল, সৰুপথাৰ, বৰপথাৰ, ৰঙামাটি, বাদুলিপাৰা, কাজিৰঙা, খুমটাই, ফৰকাটিং, মেৰাপানী আদি জিলাখনৰ প্ৰায়বোৰ মূখ্য স্থানতে ‘কা’ বিৰোধী বিভিন্ন মঞ্চই বন্ধ সৰ্বাত্মক কৰাৰ বাবে পোষ্টাৰিং কৰে।

উল্লেখযোগ্য যে কাইলৈ বোকাখাতত বিজেপি আৰু অগপই ঐক্য সমদল কাৰ্যসূচী গ্ৰহণ কৰিছে। বন্ধই ঐক্য সমদল কাৰ্যসূচীত বিশেষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd