• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইৰ পৰা এলিফেণ্টালৈ যোৱাৰ পথত আৰব সাগৰত ডুব গৈ ১৩ জন লোকৰ মৃত্যু; একাধিক নিৰুদ্দিষ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2024 8:59 pm
245
VIEWS
Share on FacebookShare on Twitter

মুম্বাই উপকূলত লাউঞ্চ উলটি যোৱাৰ ফলত ১৩ জন লোকৰ মৃত্যু হৈছে। এই পৰ্যন্ত ১০০ৰো অধিক যাত্ৰীক উদ্ধাৰ কৰা হৈছে। বুধবাৰে বিয়লি মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা এলিফেণ্টা দ্বীপলৈ যোৱাৰ পথত এই ঘটনা সংঘটিত হৈছিল। পুৱা ৩:৫৫ বজাত ‘নীলকমল’ নামৰ লঞ্চখনে এখন সৰু স্পীড ব’টৰ সৈতে খুন্দা মাৰে। তাৰ পিছত ই উলটি ডুব যাবলৈ ধৰে।

এই পৰ্যন্ত উন্মোচনৰ পাঁচজন সদস্য বিচাৰি পোৱা নাই। উদ্ধাৰৰ কাম চলি আছে। আৰক্ষীৰ তথ্য অনুসৰি উদ্ধাৰ অভিযানত ১১খন নৌসেনাৰ নাও আৰু তিনিখন মেৰিন পুলিচৰ নাও প্ৰেৰণ কৰা হৈছে। অঞ্চলটোত তালাচী চলোৱা হৈছে। অভিযানত চাৰিখন হেলিকপ্টাৰো জড়িত আছিল।

জৱাহৰলাল নেহৰু বন্দৰৰ এজন বিষয়াই জনোৱা মতে, এই ঘটনা প্ৰথমে উপকূলত উপস্থিত থকা মাছমৰীয়াই দেখা পাইছিল। তেওঁলোকে প্ৰথমে উদ্ধাৰৰ কাম আৰম্ভ কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে পঠিয়াই দিলে দুৰ্যোগ সঁহাৰি বাহিনী। মাছমৰীয়া আৰু বাহিনীটোৱে এজন এজনকৈ ১০০ৰো অধিক যাত্ৰীক উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি নীলকমল প্ৰায় ১১০ জন যাত্ৰী আৰু ৫ জন লঞ্চ ক্ৰু লৈ এলিফন্টালৈ গৈ আছিল। উদ্ধাৰ হোৱা একাংশ লোকৰ অৱস্থা সংকটজনক। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৫৭ জন লোকক ভৰ্তি কৰোৱা হৈছে বন্দৰ চিকিৎসালয়ত। নৌসেনাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে ৯জন। এজন লোকক অশ্বিনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন ৯ জনক জৰ্জ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আন কেইবাজনো লোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সকলোকে ২৪ ঘণ্টীয়া পৰ্যবেক্ষণৰ অধীনত ৰখা হ’ব।

ঘটনা সন্দৰ্ভত জানিব পাৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে টুইট কৰে। উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেয়ে বিষয়টো চোৱাচিতা কৰি আছে বুলিও তেওঁ কয়।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd