• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ, আমগুৰিত ছয় গৰাকীকৈ আৰু থাওৰাত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , March 11, 2021 6:33 am

1 min read

a siva
275
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ইতিমধ্যে শেষ হৈ গৈছে।

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে শিৱসাগৰ, আমগুৰি আৰু থাওৰা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ  পোন্ধৰ গৰাকী প্ৰাৰ্থীয়ে ৯ মাৰ্চত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিছে।

১০৮ নং, শিৱসাগৰ বিধান সভা সমষ্টিৰ বাবে ছয় জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। সেই সকল হল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ উমৈহতীয়া প্ৰাৰ্থী অখিল গগৈ, বিজেপি দলৰ হৈ সুৰভি ৰাজকোঁৱৰী, কংগ্ৰেছ দলৰ হৈ শুভ্ৰমিত্ৰ গগৈ,  এনচিপি দলৰ অজিত হাজৰিকা, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰূপা বড়া আৰু হেমন্ত বৰুৱাই।

১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ অংকিতা দত্ত, অগপ- বিজেপিৰ মিত্ৰ যোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা,  অসম জাতীয় পৰিষদৰ চন্দ্ৰ বৰুৱাই মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে এইবাৰ  আমগুৰি বিধান সভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। সেই কেইজন হৈছে প্ৰদীপ হাজৰিকা, ৰাজকুমাৰ দুৱকা আৰু ধৰ্মেশ্বৰ ঘাটোৱাৰ।

ইপিনে ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ বাবে তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

থাওৰাত কংগ্ৰেছ দলৰ হৈ সুশান্ত বৰগোঁহাই, বিজেপি দলৰ হৈ কুশল দুৱৰী আৰু অসম জাতীয় পৰিষদৰ হৈ  দ্বীপেন তাঁতীয়ে মনোনয়ন দাখিল কৰে।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd