DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Rajasthan cabinet reshuffle: ৰাজস্থানৰ গেহলট মন্ত্ৰীসভাত ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 21, 2021 7:22 pm
364
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতৃত্বাধীন ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ আজি মন্ত্ৰীৰ সাল-সলনি পৰ্ব সম্পন্ন হয়। আজি সন্ধিয়াৰ ভাগত গেহলট মন্ত্ৰীসভাত ১১ গৰাকী কেবিনেট আৰু ৪ গৰাকী ৰাজ্যিক মন্ত্ৰীক অন্তৰ্ভূক্ত কৰা হয়।

মুঠ ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণৰ লগে লগে গেহলট মন্ত্ৰীসভাত মুঠ মন্ত্ৰীৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পালে।

উল্লেখ্য ৰাজস্থানৰ চৰকাৰত মুখ্যমন্ত্ৰীকে ধৰি আন মন্ত্ৰীৰ সংখ্যা সৰ্বাধিক ৩০ গৰাকী হ’ব পাৰে।

আজি গেহলট মন্ত্ৰী সভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে মমতা ভূপেশ,ভজনলাল জাতভ,টিকাৰাম জুলি হেমৰাম চৌধুৰী,মহেন্দ্ৰজিৎ সিং,ৰামলাল জাট,মহেশ যোশী,গোবিন্দৰাম মেঘাৱাল আৰু শকুন্তলা ৰাৱাট আদি আছে।

আনহাতে গেহলট মন্ত্ৰীসভাত পূৰ্বে আসন শুৱনী কৰা বিশ্বেন্দ্ৰ সিং, ৰমেশ মীনাক কোনো মন্ত্ৰী পদ প্ৰদান কৰা হোৱা নাই।

আজি ৰাজস্থানৰ ৰাজ্যপাল কালৰাজ মিশ্ৰই নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যিক মন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে জাহিদা,ব্ৰিজেন্দ্ৰ সিং ওলা,ৰাজেন্দ্ৰ গুধা, মুৰলী লাল মীনাই।

ৰাজস্থান বিধানসভাত এতিয়া মুঠ ১৯ গৰাকী কেবিনেট মন্ত্ৰী আৰু ১০ গৰাকী ৰাজ্যিক মন্ত্ৰী হ’ল।

উল্লেখ্য মন্ত্ৰী সভাৰ সালসলনিৰ পৰিপ্ৰেক্ষিতত কালি ৰাজস্থান বিধানসভাৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছিল।

Recent News

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd