• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংক; ১৩ এপ্ৰিললৈকে চৰকাৰে সম্পূৰ্ণৰূপে ছীল কৰিব ১৫ খন জিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2020 5:54 pm

1 min read

IMG_20200407_104917
44k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে এখন ৰাজ্যৰ ১৫ খন জিলা অহা ১৩ এপ্ৰিললৈকে সম্পূৰ্ণৰূপে বন্ধ থকাৰ কথা ঘোষণা কৰিছে এখন ৰাজ্যৰ চৰকাৰে।

উত্তৰ প্ৰদেশ চৰকাৰে কৰিছে এই ঘোষণা। ক’ৰ’না ভাইৰাছৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ ১৫ খন জিলাৰ সম্পূৰ্ণ বন্ধৰ কৰাৰ কথা আজি এক নিৰ্দেশনাৰ যোগে জাৰি কৰিছে।

আজি নিশা ১২ বজাৰ পৰা জিলাকেইখনত সম্পূৰ্ণ ছীল আৰম্ভ হ’ব। অহা ১৩  এপ্ৰিলত এই সম্পূৰ্ণ ল’কডাউন অন্ত পৰাৰ কথা।

সম্পূৰ্ণ ল’কডাউন ঘোষণা কৰা জিলাকেইখন হ’ল ক্ৰমে – গৌতম বুদ্ধ নগৰ(নয়ডা), লক্ষ্মৌ, গাজিবাদ, মীৰাট, আগ্ৰা, কাণপুৰ, বাৰানসী, শামলী, বেৰেইলী, বুলাণ্ডশ্বাহাৰ, ফীৰোজবাদ, মাহাৰাগঞ্জ, সীতাপুৰ, চাহাৰণপুৰ আৰু বাস্তি। জিলাকেইখনত প্ৰয়োজনীয় সেৱাসমূহ হোম ডেলিভাৰীৰ যোগে প্ৰদান কৰা হ’ব। কোনো লোকেই ঘৰৰ পৰা বাহিৰ উলাব নোৱাৰিব।

উল্লেখ্য বৰ্তমান দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত আছে। উক্ত জিলাকেইখনত এই ল’কডাউনৰ সমান্তৰালভাৱে সম্পূৰ্ণ ছীল কৰা হৈছে বুলি উত্তৰ প্ৰদেশৰ চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।

Tags: COVID-19

Recent News

Shraddha Kapoor

বলীউদৰ মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ বিয়া! দৰা হ’ব কোন?

a congress

বিজেপিতকৈয়ো চৰা বিৰোধী! গেৰুৱা বাহিনীৰ মিছন ১০০+ৰ পিছত কংগ্ৰেছেও ঘোষণা কৰিলে মিছন ১০১+

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Social Media অধিক শক্তিশালী কৰি বিজেপিৰ IT চেলৰ বিৰুদ্ধে যুঁজিব প্ৰদেশ কংগ্ৰেছে

Gautam-Gambhir-Facts-in-Hin

এতিয়া স্পষ্ট হৈছে কেজৰিৱালে দিল্লী জ্বলাটো বিচাৰে : গৌতম গম্ভীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd