• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংকটত মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰ: ৬ মন্ত্ৰীসহ ১৬জন বিধায়ক গৈ পালে বাংগালুৰু

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2020 9:01 pm
vijaya-karnataka

মধ্য প্ৰদেশৰ কংগ্রেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ৰাজ্যখনৰ মুখ্য মন্ত্ৰী কমলনাথ।

7.9k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশ চৰকাৰলৈ গভীৰ সংকট নামি আহিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ ১৬জন কংগ্ৰেছ বিধায়ক বাংগালুৰুত উপস্থিত হৈছে।

বাতৰি অনুসৰি বাংগালুৰুত উপস্থিত হোৱা ১৬জন বিধায়কৰ ভিতৰত ৬ জন মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী।

বিধায়ক কেইগৰাকীয়ে এখন চাৰ্টাৰ বিমানেৰে বাংগালুৰুত উপস্থিতি হয়। শেহতীয়া খৱৰ মতে জ্যোতিৰাদিত্য সিন্ধিয়া বৰ্তমান দিল্লীস্থিত তেওঁৰ বাসভৱনত উপস্থিত হৈছে।

আন এক খৱৰ মতে, মধ্য প্ৰদেশ বিজেপিৰো ৬জন বিধায়ক বাংগালুৰুত উপস্থিত হৈছে।

কেইদিনমান পাছতে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত ঘনীভূত হৈছে এক ৰাজনৈতিক সংকট।

মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰখন সামান্য সংখ্যা গৰিষ্ঠতাৰে চলি আছে। মুখ্য মন্ত্ৰী কমলনাথকে ধৰি একাংশ নেতাই অভিযোগ কৰিছে যে বিজেপিয়ে দলটোৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টা কৰি চৰকাৰখনৰ পতন আনিব বিচাৰিছে।

বাতৰি অনুসৰি, মুখ্য মন্ত্ৰী কমলনাথে তেওঁৰ দিল্লী ভ্ৰমণ আধাতে সামৰি ভূপাললৈ উভতি গৈছে।

ইপিনে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জ্যোতিৰাদিত্য সিন্ধিয়াক সন্মত কৰাবলৈ চেষ্টা চলাই আছে আৰু তেওঁক মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ দিয়া হ’ব পাৰে।

বাতৰি অনুসৰি, শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী কমলনাথে জৰুৰীকালীন বৈঠকৰ আহ্বান কৰিছে। বৈঠকত জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগ্বীজয় সিঙকে ধৰি কেইবাজনো নেতাই অংশ লৈছে।

আনহাতে, কংগ্ৰেছৰ মাজত সংকট সৃষ্টি হোৱাৰ সময়তে বিজেপিয়েও তৎপৰতা আৰম্ভ কৰিছে। হোলীৰ মাজতে মঙলবাৰে  সন্ধিয়া ৭ বজাত বিজেপি বিধায়কসকলৰ এখন বৈঠক আহ্বান কৰা হৈছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd