• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৬টা মৃতদেহ উদ্ধাৰ, বাংলাদেশত ভয়ংকৰ ট্ৰেইন ট্ৰাজিদি

Nenow এন ই নাও নিউজ
নতুন দিল্লী , November 12, 2019 8:19 pm

1 min read

16 killed, 58 injured in Bangladesh train accident

দুৰ্ঘটনাস্থলীৰ ছবি।

1.6k
VIEWS
Share on FacebookShare on Twitter

কমেও ১৬ গৰাকী লোকে মঙলবাৰে বাংলাদেশৰ ব্ৰাহ্মনবাৰিয়া জিলাত সংঘটিত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষৰ ঘটনাটোত আহতৰ সংখ্যা অৰ্ধশতাধিক।

জানিব পৰামতে, শুই থকা অৱস্থাতে বহুকেইগৰাকী লোক সংঘৰ্ষটোত পিষ্ট হৈছে।

নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আহতৰ মাজত গুৰুতৰভাৱে আঘাত পোৱা বহুসংখ্যক লোকো আছে।

আহতসকলক ব্ৰাহ্মনবাৰিয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, কাচবা অঞ্চলৰ প্ৰশাসনিক মুৰব্বী মাচুদু আলমে জনায়।

দুৰ্ভাগ্যজনকভাৱে, ঢাকা আৰু চিতাগং-গামী দুয়োখন ৰে’ল একেটা ত্ৰেকতে চলি আছিল।

খবৰমতে, মুখামুখি সংঘৰ্ষটোৰ সময়ত বেছিভাগ যাত্ৰীয়েই নিদ্ৰাৰত অৱস্থাত আছিল।

“ঢাকাগামী তুৰ্না নিশিতা ৰে’লখনে চিতাগংগামী উদয়ন এক্সপ্ৰেছত মুখামুখিকৈ খুন্দা মাৰিছে। চাৰি-পাঁচটামান দবা ক্ষতিগ্ৰস্ত হৈছে,” ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ ভাষ্যত প্ৰকাশ।

ৰে’ল কৰ্তৃপক্ষই একেটা পথতে দুখন ৰে’ল কেনেকৈ চলিবলৈ পালে তাৰ তদন্তৰ নিৰ্দেশ দিছে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd