• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ক’ভিড-১৯ আক্ৰান্ত ১৫২ জনলৈ বৃদ্ধি, BSFত পুনৰ চিনাক্ত ১৬

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 10, 2020 11:08 pm

2 min read

4k
VIEWS
Share on FacebookShare on Twitter

ষোল্লজন লোক দেওবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৫২লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্ত হোৱা ক’ভিড-১৯ পজিটিভ ব্যক্তিকেইগৰাকীও ঢালাই জিলাৰ আম্বাছাস্থিত বি এছ এফৰ ৮৬নং বেটেলিয়নৰ।

চিনাক্ত হোৱাসকলৰ মাজত আছে এগৰাকী বিষয়া, ছগৰাকী মহিলা আৰু নটা শিশু।

শনিবাৰেও বি এছ এফৰ একেটা বেটেলিয়নতে সোতৰগৰাকী ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

ALERT !

16 persons found #COVID19 POSITIVE in Tripura from 86th-Bn #BSF (Official:1, Female:6, Children: 9).

We are conducting max number of tests. 75 Samples from 3rd-Bn BSF tested but all reports are NEGATIVE.

➤ Total active cases:148
➤ Transferred out:02
➤ Recovered:02

— Biplab Kumar Deb (@BjpBiplab) May 10, 2020

শুকুৰবাৰে ৰাজ্যখনত ২৯ গৰাকী বি এছ এফ জোৱান আৰু এজন ট্ৰাক ড্ৰাইভাৰ ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছিল।

তাৰ পূৰ্বেও চলিত সপ্তাহজুৰি ধাৰাবাহিকভাৱে বি এছ এফ বেটেলিয়নকেইটাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছিল।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ত্ৰিপুৰাস্থিত বি এছ এফৰ ৩নং বেটেলিয়নটো ৭৫গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল কিন্তু তেওঁলোক সকলো ক’ভিড-১৯ নিগেটিভ।

ঢালাই জিলাক ইতিমধ্যে ৰেড জ’নৰূপে ঘোষণা কৰা হৈছে।

তাৰোপৰি বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়কে ধৰি গাণ্ডাচেৰা গাঁৱৰ এটা শিৱিৰ আৰু কৰীনা সীমা চকীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগী আছে ১৪৮ গৰাকী।

দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু দুগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Tags: COVID-19

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd