DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান পাই বঙাইগাঁৱত এজন কিশোৰৰ আত্মহত্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 5:06 pm
suicide

প্ৰতিনিধিত্বমূলক ফটো।

421
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ যোগীঘোপাত সামান্য অপৰাধতে এজন কিশোৰক ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান কৰাৰ পিছত কিশোৰজনে আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে জনোৱা মতে, স্বাধীনতা দিৱসৰ দিনা এখন চাইকেল লৈ ঘৰৰ পৰা ওলাই যোৱা কিশোৰজনক ভঁৰালকুন্দিৰ শিৱমন্দিৰৰ ওচৰৰ ৰাইজে এগৰাকী মহিলাক অসৎ উদ্দেশ্য লৈ স্পৰ্শ কৰা বুলি অভিযোগ আনি বান্ধি ৰাখে আৰু বিভিন্ন অত্যাচাৰ কৰে।

আইন হাতত তুলি লোৱা ৰাইজে ১৬ বছৰীয়া কিশোৰজনক বান্ধি থৈ মাৰপিট কৰাৰ লগতে তেওঁৰ আত্মীয়লৈ খবৰ দিয়ে।

আত্মীয় আৰু ওচৰ-চুবুৰীয়া আহি কিশোৰজনৰ ভুল হৈছে বুলি স্বীকাৰ কৰাৰ পিছতো ৰাইজে কিশোৰজনৰ ওপৰত বিভিন্ন মানসিক অত্যাচাৰ অব্যাহত ৰাখে আৰু ৪২ হাজাৰ টকা জৰিমনাৰ নিৰ্দেশ দিয়ে।

এই অপমান সহ্য কৰিব নোৱাৰি কিশোৰজনে পিছত যোৱা নিশা কিশোৰজনে নিউ বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰেইলপথত ৰেইলৰ আগত পৰি আত্মহত্যা কৰে ৷

কিশোৰজনৰ আত্মীয় আৰু প্ৰতিৱেশীসকলে আইন হাতত তুলি লৈ কিশোৰজনক অত্যাচাৰ কৰা ঘটনাটোত জড়িতসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি বিহাৰ দাবী তুলিছে।

Recent News

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Breast Milk: কেঁচুৱাৰ খাদ্যৰ সংকটৰ সময়ত নিজৰ ১১৮ লিটাৰ স্তন্যদুগ্ধ বিক্ৰী কৰিলে এগৰাকী মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd