• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে টীয়কৰ পদ্মনাভে

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , December 29, 2020 2:37 pm

1 min read

ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিলে টীয়কৰ পদ্মনাভে

ফটো : নৰ্থ-ইষ্ট নাও

5.7k
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এক মিনিটত ২৬৯ টা পাঞ্চেৰে নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান খৈলুৱৈ পদ্মনাভ বনিয়াই।

টীয়কৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ নিবাসী প্ৰয়াত দীপক দাস আৰু মনোজা দাসৰ সৰু পুত্ৰ বৰ্তমান নৱম শ্ৰেণীৰ ছাত্ৰ পদ্মনাভে নিজৰ শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জৰিয়তে এই পৰ্য্যায়ত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আজি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বিশেষকৈ লকডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া অব্যৱহৃত সামগ্ৰীৰে নিজে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিতৌ নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিল আৰু তাৰে প্ৰতিফল হিচাপে আজি জীৱনৰ এটা সপোন নিচেই কম বয়সতে পুৰণ কৰিবলৈ সক্ষম হৈছে পদ্মনাভ।

পদ্মনাভৰ এই সফলতাৰ খবৰ বিয়পি পৰাৰ লগে লগে টীয়কৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন, অনুষ্ঠান তথা ৰাইজ খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd