• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বান বিধ্বস্ত ৰাজ্য; ১৭ জনৰ মৃত্যু, সন্ধানহীন ১০০ তকৈও অধিক লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 5:40 pm
Flood In Andhra Pradesh
222
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰ প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ ৰো অধিক লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে।

মন্দিৰৰ চহৰ তিৰুপতিত বৃহৎ বানপানীত আৱদ্ধ হৈ পৰিছে শ শ তীৰ্থযাত্ৰী।

চক্ৰ পৰিদৰ্শক সত্যবাবুৱে জানিবলৈ দিয়া মতে, অন্ধ্ৰৰ অনন্তপুৰ জিলাৰ কাদিৰী চহৰত নিশা ধাৰাসাৰ বৰষুণৰ ফলত এটা পুৰণি ৩ মহলীয়া অট্টালিকা খহি পৰাৰ ফলত ৩ টা শিশু আৰু এগৰাকী বৃদ্ধ মহিলাৰ মৃত্যু হয়। বৰ্তমান সময়লৈকে উদ্ধাৰ অভিযান চলি আছে আৰু অট্টালিকাৰ ধ্বংসস্তূপৰ ভিতৰত এতিয়াও ৪ জনৰো অধিক লোক আৱদ্ধ হৈ আছে ।

তিৰুপতিৰ উপকণ্ঠত থকা স্বৰ্ণমুখী নদী বানপানীত প্লাবিত হৈছে আৰু জলাশয়বোৰ উপচি পৰিছে। বানপানীত বহুলোক আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।

পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সাহায্য দল মোতায়েন কৰা হৈছে আৰু উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে।

বানপানীৰ ফলত বহু ঠাইত ৰাস্তা-ঘাট ক্ষতিগ্ৰস্ত হৈছে আৰু ৰে’ল, পথ আৰু বিমান যাতায়ত ক্ষতিগ্ৰস্ত হৈছে।

ৰাজ্যখনৰ ৰয়ালসীমা অঞ্চল, চিত্তুৰ, কাডাপা, কুৰ্ণুল আৰু অনন্তপুৰ জিলা বানত অত্যধিক প্ৰভাৱিত হৈছে।

বৃহস্পতিবাৰৰ পৰা অবিৰত বৰষুণ হৈ থকাৰ ফলত চেয়ুৰু নদী পানীৰে উপচি পৰিছে। অন্নময় জলসিঞ্চন প্ৰকল্পটোও বানত প্ৰভাৱিত হৈছে।

বানৰ ভয়াৱহতালৈ লক্ষ্য ৰাখি ৰাজ্যখনৰ কাডাপা বিমানবন্দৰ ২৫ নৱেম্বৰলৈকে বন্ধ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে বৰষুণৰ ফলত দক্ষিণ ভাৰতীয় ৰাজ্য তামিলনাডু আৰু কেৰালাতো ব্যাঘাত ঘটিছে। কেৰালাৰ পাথানামথিট্টা জিলাৰ পাম্বা নদীত পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে কাইলৈ পাম্বা আৰু সবৰীমালালৈ তীৰ্থযাত্ৰা নিষিদ্ধ কৰা হৈছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd