• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুটবলৰ জ্বৰ! একেলগে বিশ্বকাপ চোৱাৰ ইচ্ছাৰে ২৩ লাখ টকাৰে ঘৰ কিনি ল’লে ১৭ বন্ধুৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2022 8:51 pm
17 Fans Buy ₹ 23 Lakh House To Watch World Cup
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰত এতিয়া আন এক বিশ্ব যুদ্ধৰ ৰণদুন্দুভি। এই বিশ্ব যুদ্ধৰ বতাহে চুই গৈছে সমগ্ৰ বিশ্বৰ চুকে-কোণে। কালিৰ পৰা আৰম্ভ হোৱা এই ফুটবলৰ বিশ্বযুদ্ধৰ জোৱাৰে স্পৰ্শ কৰিছে ভাৰতবৰ্ষকো। ফুটবল প্ৰেমৰ তাড়নাত কোনোৱে টিকট ক্ৰয় স্বচক্ষুৰে বিশ্বকাপ চোৱাৰ বাবে যাত্ৰা কৰিছে, আন কোনোৱে আকৌ নিজৰ ঠাই সজাই তুলিছে প্ৰিয় ফুটবলাৰৰ পোষ্টাৰেৰে।

ফুটবলৰ এই লহৰৰ মাজতে ভাৰতীয় ফুটবলৰ প্ৰাণকেন্দ্ৰস্বৰূপ কেৰালাত দেখিবলৈ পোৱা গৈছে এক আকৰ্ষণীয় দৃশ্য। ৰাজ্যখনৰ ১৭ গৰাকী ফুটবল অনুৰাগী বন্ধুৱে বিশ্বকাপ উপভোগৰ বাবে লৈছে এক বিশেষ পদক্ষেপ।

Apply Now

কেৰালাৰ কোচিৰ মুণ্ডাক্কামুগাল গাঁৱ এই ১৭ গৰাকী লোকে একেলগে যাতে বিশ্বকাপৰ মেচসমূহ উপভোগ কৰিব পাৰে, তাৰ বাবে ২৩ লাখ টকাত এটা ঘৰ ক্ৰয় কৰি লৈছে।

ফুটবল অনুৰাগী এই বন্ধু কেইগৰাকীয়ে নতুনকৈ ক্ৰয় কৰা ঘৰটো বিশ্বকাপত অংশগ্ৰহণ কৰা ৩২ টা দলৰ পতাকাৰ লগতে ফুটবল তাৰকা লিঅ’নেল মেছি আৰু ক্রিষ্টিয়ানো ৰ’নাল্ডোৰ প্ৰতিকৃতিৰে সজাই তুলিছে।

ফুটবলৰ তীব্ৰ সোৱাদ ল’ব পৰাকৈ ঘৰটোত এটা ডাঙৰ পৰ্দাৰ টেলিভিছনো স্থাপন কৰা হৈছে। এই ১৭ গৰাকী বন্ধুৰে এগৰাকীয়ে এই সন্দৰ্ভত কয়, “আমি ফিফা বিশ্বকাপ ২০২২ ৰ বাবে বিশেষ কিবা এটা কৰাৰ পৰিকল্পনা কৰিছিলো। আমাৰ ১৭ জনেই এটা ঘৰ ২৩ লাখ টকাত ক্ৰয় কৰিছিলো আৰু বিশ্বকাপত ভাগ লোৱা দলৰ পতাকাৰে সজাইছিলো।”

Kerala | We planned to do something special for FIFA World Cup 2022. 17 of us purchased a house already on sale for Rs 23 lakhs & decorated it with flags of FIFA teams. We’ve also planned to gather together here & watch match on a big-screen TV, said Shefeer PA, one of the buyers pic.twitter.com/BgSRwkjDbD

— ANI (@ANI) November 20, 2022

উল্লেখ্য যে তেওঁলোকে যোৱা ১৫-২০ বছৰ ধৰি একেলগে ফুটবল মেচ চোৱাৰ এক অনন্য পৰম্পৰা ৰক্ষা কৰি আহিছে। অৱশেষত এই পৰম্পৰা ৰক্ষাৰ সুবিধা হোৱাকৈ এই ঘৰটো কিনাৰ সিদ্ধান্ত লয়।

ব্ক্তিগৰাকীয়ে লগতে কয়, “ভৱিষ্যতে আমাৰ উত্তৰ প্ৰজন্মইও এই সুখ উপভোগ কৰিব পাৰিব আৰু তেওঁলোকৰ ঐক্য অব্যাহত থাকিব। আমি এটা ডাঙৰ টিভি কিনাৰ পৰিকল্পনা কৰিছো। আমি সকলো প্ৰজন্মৰ দৰ্শকে ইয়ালৈ আহি একেলগে খেল উপভোগ কৰাৰ ব্যৱস্থা কৰিম।”

বিশ্বকাপ শেষ হোৱাৰ পিছত এই ঘৰটো সমাজ সেৱা, জৰুৰীকালীন সেৱা আৰু ক্ৰীড়া অনুষ্ঠানৰ এক কেন্দ্ৰত পৰিণত হ’ব বুলি তেওঁলোকে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd