• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত পুনৰ BSFৰ ১৭জন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ১৩৬লৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 11:33 pm
COVID19: We can overcome – students should give priority to their mental health

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোতৰজন লোক শনিবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৩৬লৈ বৃদ্ধি পাইছে।

নতুনকৈ চিনাক্ত হোৱা ক’ভিড-১৯ পজিটিভ ব্যক্তিকেইগৰাকীও ঢালাই জিলাৰ আম্বাছাস্থিত বি এছ এফৰ ৮৬নং বেটেলিয়নৰ।

Apply Now

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে টুইটাৰযোগে এই কথা সদৰী কৰিছে।

ALERT !

17 persons found #COVID19 POSITIVE in Tripura today from 86th-Bn #BSF, Ambassa. No Civilian found POSITIVE among them.

✔️Total #COVID19 active cases in Tripura now stands: 132

✔️ Transferred out: 02
✔️Recovered: 02

Updated at : 10:00 pm, 9th May.#TripuraCovid19Count

— Biplab Kumar Deb (@BjpBiplab) May 9, 2020

শুকুৰবাৰে ৰাজ্যখনত ২৯ গৰাকী বি এছ এফ জোৱান আৰু এজন ট্ৰাক ড্ৰাইভাৰ ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছিল।

তাৰ পূৰ্বেও চলিত সপ্তাহজুৰি ধাৰাবাহিকভাৱে বি এছ এফ বেটেলিয়নকেইটাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছিল।

ঢালাই জিলাক ইতিমধ্যে ৰেড জ’নৰূপে ঘোষণা কৰা হৈছে।

তাৰোপৰি বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়কে ধৰি গাণ্ডাচেৰা গাঁৱৰ এটা শিৱিৰ আৰু কৰীনা সীমা চকীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ৰাজ্যখনত বৰ্তমান সক্ৰিয় ৰোগী আছে ১৩২ গৰাকী।

দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু দুগৰাকীক আন ঠাইলৈ পঠিওৱা হৈছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd