DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Smart city projectsশীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি ১৭ টা প্ৰকল্প আৰম্ভ কৰিব GSCL-এ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 24, 2021 7:07 pm
338
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীক স্মাৰ্ট চিটি হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা পূৰ্ণ গতিত অব্যাহত ৰখা হৈছে।

সেইমৰ্মে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড,চমুকৈ GSCL-এ শীঘ্ৰে গ্ৰহণ কৰিব ১৭ টাকৈ নতুন প্ৰকল্প।

সেই প্ৰকল্পসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৌন্দৰ্য বৰ্ধনৰ আঁচনিও আছে। GSCL ৰ পৰিচালন সঞ্চালক ঘনশ্যাম দাসে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ বাবে ৮৮৭ কোটি টকা ধাৰ্য্য কৰা হৈছে।

এই প্ৰকল্প সমূহৰ মাজৰে কেইটামান প্ৰকল্পৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে আৰু বাকী থকা প্ৰকল্পসমূহৰ বাবেও শীঘ্ৰে নিবিদা আহ্বান কৰা হ’ব বুলি দাসে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ উন্নয়নৰ বাবে ৩০৮ কোটি টকা ধাৰ্য্য কৰা হৈছে। একেদৰে ২০০ খন নন-এচি ইলেক্ট্ৰিক বাছৰ বাবে ধাৰ্য্য কৰা হৈছে ২৩৬ কোটি টকা।

সংহত যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ হৈছে ১২৭ কোটি টকা।

তেওঁ লগতে এইকথাও জানিবলৈ দিয়ে যে স্মাৰ্ট চিটি প্ৰকল্পৰ ভিতৰত অশ্বক্লান্ত মন্দিৰ, উমানন্দ আৰু দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমৰ উন্নয়নো অন্তৰ্ভূক্ত হৈ আছে।

একেদৰে স্মাৰ্ট চিটি গঢ়াৰ উদ্দেশ্যে কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ কাৰ্যালয়, গুৱাহাটীৰ আৰক্ষী আয়ুক্ৰ কাৰ্যালয়, পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয় আদি স্থানান্তৰিত কৰা হ’ব।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd