• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘সম্পৰ্ক বুজিবলৈ ১৭ বছৰেই যথেষ্ট’, যুৱকক POCSO ৰ পৰা ৰেহাই দিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2023 9:42 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ সম্পৰ্কক অপৰাধমূলক কৰি তুলিবলৈ POCSO আইনখন সৃষ্টি কৰা হোৱা নাছিল। এই কথা কৈ দিল্লী উচ্চ ন্যায়ালয়ে মুকলি কৰি দিলে এজন যুৱকক। 

বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্পৰ্ক গঢ়াৰ অভিযোগত কাৰাগাৰত আছিল ২৩ বছৰীয়া যুৱকজন। ঘটনাৰ সময়ত প্ৰেয়সীৰ বয়স আছিল ১৭ বছৰতকৈ অলপ বেছি। বিবাহৰ প্ৰতিশ্ৰুতি দি যৌন সম্পৰ্ক গঢ়াৰ অভিযোগত যুৱকজনৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। 

Apply Now

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে যুৱকজনক ২০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে। 

এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ বিকাশ মহাজনে লক্ষ্য কৰে যে, যেতিয়া এই শাৰীৰিক সম্পৰ্ক হৈছিল, তেতিয়া যুৱতীগৰাকীৰ বয়স আছিল প্ৰায় ১৭/১৮ বছৰ। প্ৰেমৰ সম্পৰ্ক এটা বুজিবলৈ এই বয়স যথেষ্ট। তদুপৰি সেই সম্পৰ্ক অভিযুক্তৰ সৈতে সন্মতিসূচক সম্পৰ্ক আছিল। তেওঁলোকে নিজৰ ইচ্ছামতে শাৰীৰিক সম্পৰ্ক গঢ়িছিল।

উল্লেখ্য যে, ২০২১ চনৰ পৰা জেলত থকা ২৩ বছৰীয়া যুৱকজনে আদালতত জামিন আবেদন দাখিল কৰিছিল। যুৱকজনৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ বিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ পিছত যুৱতীগৰাকী গৰ্ভৱতী হয়। নিৰ্দ্ধাৰিত সময়ৰ পাৰ হৈ যোৱাৰ বাবে গৰ্ভপাতো সম্ভৱ নহ’ল। ইয়াৰ পিছতে যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা হয় এফআইআৰ।

এই গোচৰত আদালতে পৰ্যবেক্ষণ কৰে যে যুৱতীগৰাকীয়ে কেতিয়াও অভিযোগ দাখিল কৰিব বিচৰা নাছিল। গৰ্ভৱতী হোৱাৰ লগে লগে অস্বস্তিত পৰি পৰিয়ালে এফআইআৰ দাখিল কৰিছিল। সেই সময়ত অভিযুক্তৰ বয়স আছিল ২০ বছৰ।

জানিব পৰা মতে, জামিন প্ৰদানৰ ক্ষেত্ৰত আদালতে চৰ্ত দিছে যে যুৱকজনে চহৰৰ বাহিৰলৈ যাব নোৱাৰে, সাক্ষীৰ সৈতে ফোনত কথা পাতিব নোৱাৰে, গোচৰৰ শুনানি হ’লেই আদালতত উপস্থিত থাকিব লাগিব। 

মন কৰিবলগীয়া যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পূৰ্বে যৌনতাৰ বাবে সন্মতি দিয়াৰ বয়স ১৮ বছৰৰ পৰা ১৬ বছৰলৈ হ্ৰাস কৰাৰ পৰামৰ্শ দিছিল। সেই ক্ষেত্ৰত আদালতে যুক্তি দিছিল যে ছ’চিয়েল মিডিয়াৰ যুগত মানসিক বিকাশ বহুত বেছি দ্ৰুত।

লগতে পঢ়কঃ জানেনে ? ৰাতিপুৱা যৌন সম্ভোগত লিপ্ত হোৱাৰো আছে আচৰিত স্বাস্থ্য উপকাৰিতা

লগতে পঢ়কঃ পৰেশ বৰুৱাই অসমলৈ আহি এসপ্তাহ থাকি যাওঁক – হিমন্ত বিশ্ব শৰ্মা

লগতে পঢ়কঃ নগাৰ কবলৰ পৰা উদ্ধাৰ মেৰাপানীৰ অপহৃত যুৱক বাবু গগৈ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd