DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰসাদৰ বিষক্ৰিয়া: মাজুলীত ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ ১৮ জন লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2022 6:10 pm
Majuli
78
VIEWS
Share on FacebookShare on Twitter

সত্ৰ নগৰী মাজুলীত এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খোৱাৰ পিছতে অসুস্থ হৈ পৰিছে কমেও ১৮ জন লোক। প্ৰসাদৰ বিষক্ৰিয়াৰ ফলতে এনে ঘটনা ঘটিছে বুলি সন্দেহ কৰা হৈছে।

মাজুলী জিলাৰ গড়মূৰৰ ওচৰৰ মহৰিচুক অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে এক ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা গাওঁবাসীয়ে প্ৰসাদ খোৱাৰ পিছতে পেটৰ বিষত ভোগাৰ লগতে বমি কৰিবলৈ ধৰে।

লগে লগে অসুস্থ অনুভৱ কৰা ব্যক্তিকেইজন মাজুলীৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী চিকিৎসালয়ত ভৰ্তি হয়।

অসুস্থ হোৱা ১৮ জন লোকৰ ভিতৰত তিনিগৰাকী শিশুও আছে বুলিও জানিব পৰা গৈছে।

বৰ্তমান চিকিৎসাধীন হৈ থকা আটাইকেইগৰাকী ৰোগীৰ অৱস্থা অৱশ্যে সুস্থিৰ বুলি চিকিৎসকসকলে জানিবলৈ দিছে।

Recent News

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd